দুৰ্ঘটনাত পতিত হৈ নেমকেয়াৰত চিকিৎসাধীন গায়ক কল্লোল বৰঠাকুৰ

দুৰ্ঘটনাত পতিত হৈ নেমকেয়াৰত চিকিৎসাধীন গায়ক কল্লোল বৰঠাকুৰ
  • নেমকেয়াৰ হাস্পতালত চিকিৎসাধীন হৈ আছে কল্লোল বৰঠাকুৰ।
  • মঙলবাৰে এক দুৰ্ঘটনাত পতিত হৈছিল গায়কগৰাকী।
  • বুধবাৰে সম্পূৰ্ণ হয় তেওঁৰ অস্ত্ৰোপচাৰ।
  • চিকিৎসকৰ মতে তেওঁৰ চিন্তাৰ কোনো কাৰণ নাই।
  • বৰ্তমান সকলো ঠিকে আছে গায়কগৰাকীৰ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in