শেহতীয়া খবৰ
গুৱাহাটীত চিটী বাছৰ ক্ষেত্ৰত নতুন নিৰ্দেশনা, বাছত নাথাকিব হেণ্ডিমেন...  •  শ্বহীদ মনেশ্বৰ বসুমতাৰীৰ পৰিয়ালক অসম চৰকাৰে প্ৰদান কৰিলে ২০ লাখ টকাৰ সাহায্য...  •  অসম সাহিত্য সভাৰ আন্তৰ্জাতিক মাতৃভাষা দিৱস পালন, মুখ্যমন্ত্ৰীৰ কাৰ্যত হতাশ অসম সাহিত্য সভা...  •  অসম সাহিত্য সভাৰ আন্তৰ্জাতিক মাতৃভাষা দিৱস পালন, মুখ্যমন্ত্ৰীৰ কাৰ্যত হতাশ অসম সাহিত্য সভা...  •  গোলাঘাটত আৰক্ষীৰ জালত নিচাযুক্ত সামগ্ৰী সৰবৰাহকাৰী  •  শ্ৰমিকৰ পি এফক লৈ বঞ্চনা, গ্ৰেপ্তাৰ কাছাৰৰ চাহ বাগিচাৰ সহকাৰী প্ৰবন্ধক  •  'পাকিস্তান মূৰ্দাবাদ' শ্ল'গান দিয়ক আৰু ৰেহাই মূল্যত খাওক মাংসৰ পকোৰা...  •  গোলাঘাটত ব্ৰাউন ছুগাৰসহ এজনক আটক  •  'বিজেপি চৰকাৰৰ সুশাসন দেখি বিৰোধী দলবোৰ ঈৰ্ষাত জ্বলি-পুৰি মৰিছে'  •  জামুগুৰিহাটত পত্নীক হত্যা কৰি ঘৰৰ চৌহদত পুতি থোৱা স্বামীক মৰিয়াই মৰিয়াই হত্যা...

দুৰ্ঘটনাত পতিত হৈ নেমকেয়াৰত চিকিৎসাধীন গায়ক কল্লোল বৰঠাকুৰ

452
  • নেমকেয়াৰ হাস্পতালত চিকিৎসাধীন হৈ আছে কল্লোল বৰঠাকুৰ।
  • মঙলবাৰে এক দুৰ্ঘটনাত পতিত হৈছিল গায়কগৰাকী।
  • বুধবাৰে সম্পূৰ্ণ হয় তেওঁৰ অস্ত্ৰোপচাৰ।
  • চিকিৎসকৰ মতে তেওঁৰ চিন্তাৰ কোনো কাৰণ নাই।
  • বৰ্তমান সকলো ঠিকে আছে গায়কগৰাকীৰ।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি