কলিয়াবৰত ভয়ংকৰ পথ দুৰ্ঘটনা! থিতাতে নিহত এজন, আহত ৪৫ যাত্ৰী…

  • কলিয়াবৰত ভয়ংকৰ পথ দুৰ্ঘটনাত।
  • এখন যাত্ৰীবাহী ছুপাৰ আৰু টেংকাৰৰ মাজত সংঘৰ্ষ।
  • গুৱাহাটীৰ পৰা যোৰহাট অভিমুখী গৈ আছিল ছুপাৰখন।
  • সেই সময়তে নগাওঁ অভিমুখী টেংকাৰৰ সৈতে সংঘটিত হয় এই সংঘৰ্ষ।
  • এই দুৰ্ঘটনাত থিতাতে নিহত এজন যাত্ৰী।
  • ইফালে, গুৰুতৰভাৱে আহত ৪৫জনকৈ আন যাত্ৰী।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in