কলিয়াবৰত যাত্ৰাবাহী ৰে’ল অৱৰোধ, তেজপুৰতো ৰাজপথত টায়াৰ জ্বলাই উত্তাল প্ৰতিবাদ

  • কলিয়াবৰৰ জখলাবন্ধাত যাত্ৰাবাহী ৰে'ল অৱৰোধ।
  • নামনিমুৱা শিলঘাট-গুৱাহাটী ৰে'ল অৱৰোধ বন্ধ সমৰ্থকৰ।
  • তেজপুৰতো ৰাজপথত টায়াৰ জ্বলাই উত্তাল প্ৰতিবাদ।
  • আৰক্ষীয়ে আটক কৰে বন্ধ সমৰ্থকক।
  • আৰক্ষীৰ নিৰাপত্তা বেষ্টনীৰ মাজত এ এছ টি চিৰ বাছৰ চলাচল।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in