কলিয়াবৰত বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসক ক’লা পতাকা প্ৰদৰ্শন

  • কলিয়াবৰত বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসক ক'লা পতাকা প্ৰদৰ্শন।
  • নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰাৰ দাবীত মিছাত ৰাষ্ট্ৰীয় ঘাইপথত আছু কৰ্মীয়ে ক'লা পতাকা প্ৰদৰ্শন কৰে ৰঞ্জিত দাসক।
  • পৃষ্ঠাপ্ৰমুখ নিযুক্তি ও অভিনন্দন অনুষ্ঠানলৈ গৈছিল সভাপতিগৰাকী।
  • অনুষ্ঠানৰ পৰা উভতাৰ পথত সন্মুখীন হয় প্ৰতিবাদৰ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in