শেহতীয়া খবৰ
তেজপুৰ বিশ্ববিদ্যলয়ৰ স্নাতকোত্তৰ চূড়ান্ত পৰীক্ষাৰ ফলাফলত উজলিল শিমলুগুৰিৰ নিলাক্ষী হাজৰিকা...  •  তেজপুৰ বিশ্ববিদ্যলয়ৰ স্নাতকোত্তৰ চূড়ান্ত পৰীক্ষাৰ ফলাফলত উজলিল শিমলুগুৰিৰ নিলাক্ষী হাজৰিকা...  •  পৰিবহন বিভাগত বিত্তীয় খেলিমেলি, মহানগৰীৰ ডিটিঅ’ সহ ৪জনক নিলম্বন...  •  কোৰোনাত আক্ৰান্ত বঙাইগাঁৱৰ আৰক্ষী অধীক্ষক..  •  চলিত শিক্ষাবৰ্ষ ৩ মাহ বৃদ্ধিৰ প্ৰস্তাৱ মাধ্যমিক শিক্ষা বিভাগৰ...  •  ভয়ংকৰ দৃশ্য! মাজুলীত বাঁহৰ দলং ভাঙি পানীত বাগৰিল ২০ জন... VIDEO  •  কাশ্মীৰৰ পৰা সেনা জোৱানক অপহৰণ সন্ৰাসবাদীৰ...  •  বিমান যাত্ৰীসকলৰ বাবে দুঃখবৰ....  •  দুখবৰঃ ৰাজ্যত কোভিড-১৯ত আক্ৰান্ত ৪জনৰ মৃত্যু...  •  মানকাচৰত পুনৰ ৩জনৰ দেহত কোভিড-১৯, জিলাখনত আক্ৰান্তৰ সংখ্যা ৭৮ জনলৈ বৃদ্ধি...

কোৰোনাৰ সংহাৰৰ মাজতে কোভিড চেন্টাৰত কণমানিৰ জন্মদিন উদযাপন কৰিলে চিকিৎসকে… VIDEO

270

ডিজিটেল ডেস্কঃ ৰাজ্যৰ চৌদিশে কেৱল কোৰোনাৰ সংহাৰ। এই ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে লকডাউন জাৰি কৰাৰ লগতে যিসকল লোক কোভিড-১৯ত আক্ৰান্ত হৈছে তেওঁলোকক ৰখা হৈছে আচুতীয়াকৈ।

কোৰোনাত আক্ৰান্ত লোকসকলে নিজৰ পৰিয়ালৰ পৰা দূৰত থাকিব লগীয়া হৈছে এই ৰোগৰ পৰা ৰক্ষা পাবলৈ তথা আনকো এই ভাইৰাছৰ সংক্ৰমনৰ পৰা সুৰক্ষিত ৰাখিবলৈ। এই সকলোবোৰৰ মাজতে অৱশ্যে দেখা গৈছে এক ব্যতিক্ৰম দৃশ্য।

কালাপাহাৰ কোভিড চেন্টাৰত কোৱাৰেন্টাইন হৈ থকা এটি কণমানিক চিকিৎসক তথা চিকিৎসা কৰ্মীয়ে চিকিৎসালয়তে জনালে জন্মদিনৰ শুভেচ্ছা। পিপিই কিট পৰিধান কৰি ‘হেপী বাৰ্থ ডে’ গাই কণমানি ছোৱালীজনীৰ মন ভাল লগালে এই চিকিৎসকসকলে। আৰু লগতে দিছে বহু উপহাৰ। জানিব পৰা মতে, পিতৃ-মাতৃসহ কোৰোনাত আক্ৰান্ত হৈ কণমানি জনী চিকিৎসাধীন হৈ আছে এই কোভিড চেন্টাৰত।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি