শেহতীয়া খবৰ
ৰাহুল গান্ধীলৈ নিৰ্বাচন আয়োগৰ জাননী...  •  বিদায় কংগ্ৰেছ... ৰাহুললৈ প্ৰিয়ংকাৰ আবেগভৰা চিঠি!  •  আগমনীত আৰক্ষীৰ জালত ২ বলাৎকাৰী  •  একেদিনাই কংগ্ৰেছ এৰি শিৱসেনালৈ প্ৰিয়ংকা...  •  মোৰ সমষ্টিৰ বিজেপি প্ৰাৰ্থীগৰাকী মোৰ বাবে ফেক্টৰ নহয়ঃ দিগ্বিজয় সিং  •  নগাঁৱৰ কঠীয়াতলীত ৰাবিজ ভৰ্তি ডাম্পাৰ আৰু বালি ভৰ্তি ট্ৰাক জব্দ, চাওক VIDEO  •  মঞ্চত ভাষণৰ মাজতে চৰিওৱা ব্যক্তিৰ বিৰুদ্ধে এজাহাৰ দাখিল হাৰ্দিকৰ  •  অসন্তুষ্ট কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা, অৱশেষত ল’লে পদত্যাগৰ সিদ্ধান্ত  •  গুৱাহাটী-ঝাৰখণ্ড উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশক উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ নিযুক্তি  •  গুৱাহাটী-ঝাৰখণ্ড উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশক উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ নিযুক্তি

‘কালামচেট’ৰ সফল উক্ষেপণত সন্তুষ্টি প্ৰধানমন্ত্ৰীৰ

162

ডিজিটেল ডেস্কঃ বৃহস্পতিবাৰে সন্ধিয়া মহাকাশলৈ সফল উক্ষেপণ কৰা হয় বিশ্বৰ ক্ষুদ্ৰতম উপগ্ৰহটো। ড০ এপিজে আব্দুল কালামৰ নামেৰে নামাংকিত কৰা ‘কালামচেট’ নামৰ ক্ষুদ্ৰ উপগ্ৰহটো নিৰ্মাণ কৰি উলিয়াইছিল একাংশ ছাত্ৰ-ছাত্ৰীয়ে। শ্ৰীহৰিকোটৰ সতীশ ধাৱান মহাকাশ কেন্দ্ৰৰ পৰা এই উপগ্ৰহটো পিএছএলভি৪৪ মিছনৰ জৰিয়তে মহাকাশলৈ উক্ষেপণ কৰা হয়।

ইছৰ’ৰ অধ্যক্ষ কে শিৱানে এই উপগ্ৰহটো উক্ষেপণ কৰি সন্তুষ্টি ব্যক্ত কৰে। ছাত্ৰ-ছাত্ৰীয়ে প্ৰস্তুত কৰি উলিওৱা এই উপগ্ৰহটোক প্ৰক্ষেপণে ভাৰতক মহাকাশ অধ্যয়নত এখোজ আগুৱাই নিয়া বুলি মন্তব্য কৰে কে শিৱানে। ইফালে এই সফলতাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ইছৰ’ৰ লগতে ইয়াৰ সৈতে জড়িত সকলোকে শুভেচ্ছা জ্ঞাপন কৰে।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি