কৰ্ণাটকত অস্ত্ৰ আৰু ৫খন বাহনসহ ৪ দুৰ্বৃত্তক গ্ৰেপ্তাৰ…

কৰ্ণাটকত অস্ত্ৰ আৰু ৫খন বাহনসহ ৪ দুৰ্বৃত্তক গ্ৰেপ্তাৰ…
  • কৰ্ণাটকৰ কালাবুৰাগীত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ৪ দুৰ্বৃত্তক।
  • আৰক্ষীয়ে জব্দ কৰে কেইবাটাও অস্ত্ৰ।
  • লগতে ৫খনকৈ বাহন জব্দ কৰে আৰক্ষীয়ে।
  • ঘটনা সন্দৰ্ভত ৰুজু কৰা হৈছে এক গোচৰ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in