শেহতীয়া খবৰ
মনোনয়ন পত্ৰ দাখিল মঙ্গলদৈ লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী দিলীপ শইকীয়াৰ  •  এক নম্বৰী বিজেপিৰ স্থান নাই বিজেপিতঃ তৰুণ গগৈ  •  লখিমপুৰ লোকসভা সমষ্টিৰ প্ৰাৰ্থী প্ৰদান বৰুৱাই দাখিল কৰিলে মনোনয়ন  •  মুখ্যমন্ত্ৰীক লগত লৈ যোৰহাটত মনোনয়ন তপন গগৈৰ  •  যোৰহাটৰ উপায়ুক্তৰ কাৰ্যালয়ত মুখ্যমন্ত্ৰীৰ আগমনৰ পূৰ্বে মন্টু দত্তৰ অৰ্ধ উলংগ প্ৰতিবাদ...  •  আদালতৰ ক্লিন শ্বীটৰ পাছতেই মনোনয়ন পত্ৰ সংগ্ৰহ কৰিলে ৰাজেন গোহাঁয়ে...  •  নাটকীয়পট পৰিৱৰ্তন! ন্যায়ালয়ত দোষমুক্ত গোঁহাই, নগাঁও সমষ্টিৰ প্ৰাৰ্থিত্বৰ সম্ভাৱনাও প্ৰকট...  •  মনোনয়ন দাখিলৰ বাবে ৰাওনা প্ৰদীপ দৈমাৰী  •  বিজেপিক এইবাৰ নিৰ্বাচনত পৰাভূত কৰাতো অসমবাসীৰ কৰ্তব্যঃ অখিল গগৈ...  •  বিজেপিক এইবাৰ নিৰ্বাচনত পৰাভূত কৰাতো অসমবাসীৰ কৰ্তব্যঃ অখিল গগৈ...

কাকপথাৰত আৱদ্ধ শিশুসহ ৩৫ সন্দেহযুক্ত বাংলাদেশী নাগৰিক

1,088

ডিজিটেল সংবাদ, পেঙেৰীঃ তিনিচুকীয়াৰ কাকপথাৰত আৱদ্ধ শিশু, মহিলাসহ ৩৫ গৰাকীকৈ সন্দেহ যুক্ত বালাংদেশী নাগৰিক৷ স্থানীয় ৰাইজৰ সহযোগত আটক কৰি কাকপথাৰৰ আৰক্ষীয়ে সোধ-পোচ কৰি আছে ধৃত লোকসকলক৷

নিজকে ত্ৰিপুৰা আৰু মৰিগাঁৱৰ বাসিন্দা বুলি চিনাকী দিয়া লোকসকলে অৰুণাচলৰ পৰশুৰাম কুণ্ডলৈ বুলি যাবলৈ প্ৰস্তুত হোৱাৰ কথা আৰক্ষীৰ জেৰাত প্ৰকাশ কৰিছে৷ লোকসকলৰ প্ৰকৃত নাগৰিকত্ব সন্দৰ্ভত আৰক্ষীয়ে তদন্ত চলাই আছে৷

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি