অংগনবাড়ী কেন্দ্ৰত গাখীৰ বুলি ফেনাইল খুৱালে শিক্ষাৰ্থীক, ১০ চিকিৎসালয়ত ভৰ্তি
- কাকপথাৰ ন-মাইঠং অংগনবাড়ী কেন্দ্রত অঘটন।
- গাখীৰ বুলি ফেনাইল খুৱালে শিক্ষাৰ্থীক।
- ১০গৰাকী শিক্ষাৰ্থী গুৰুতৰভাৱে অসুস্থ।
- অসুস্থ শিক্ষাৰ্থীকেইগৰাকীক তিনিচুকীয়া চিকিৎসালয়ত ভৰ্তি।