শেহতীয়া খবৰ
১৭ দিনৰ অন্তত 'Tanhaji'ৰ উপাৰ্জন...  •  আনন্দৰ বন্যা বি টি আৰতঃ বড়ো শান্তি চুক্তিত অগ্ৰণী ভূমিকা লোৱা হাগ্ৰামা মহিলাৰীক প্ৰশংসা কেন্দ্ৰীয় গৃহমন্ত্ৰী, মুখ্যমন্ত্ৰীৰ...VIDEO  •  অভয়াপুৰীত তীব্ৰবেগী চাৰিচকীয়া বাহনৰ সন্ত্ৰাস, মহতিয়াই নিলে দুখনকৈ দুচকীয়া বাহন...  •  নামতিত 'কা' বিৰোধী প্রথমখন প্রতিবাদী গাঁওসভাত চৰকাৰক তীক্ষ্ণ সমালোচনা আছুৰ...  •  বড়ো চুক্তিক লৈ ওদালগুৰিৰ ভিন্ন প্ৰান্তত আবতৰীয়া দিপাৱলী, আনফালে চুক্তিৰ বিৰোধিতাৰে আহ্বান জনোৱা বন্ধৰ সৰ্বাত্মক প্ৰভাৱ...  •  সম্প্ৰীতিৰ এনাজৰীঃ শংকৰদেৱ সংঘৰ অধিৱেশনস্থলীত শ্ৰমদান শ শ মুছলমানধৰ্মী লোকৰ...VIDEO  •  নলবাৰীৰ জ্ঞানদ্বীপ জাতীয় একাডেমীৰ বাৰ্ষিক উৎসৱৰ সামৰণি...  •  আদনান ছামীক পদ্মশ্ৰী সন্মান প্ৰদান কৰাটো দেশৰ ১৩০ কোটি জনতাৰ অপমান, ‘জয় মোডী’ জপ কৰিলেই আজিকালি নাগৰিকত্ব পাব পাৰে কোনো পাকিস্তানীয়েঃ এনচিপি  •  প্ৰেমৰ অপূৰ্ব নিদৰ্শন তাজমহলৰ সৌন্দৰ্য্য পান কৰি অভিভূত ব্ৰাজিলৰ ৰাষ্ট্ৰপতি…  •  কাশ্মীৰৰ বিজবেহাৰাত নিৰাপত্তাৰক্ষীৰে সংঘৰ্ষত নিহত সন্ত্ৰাসবাদী...

চাবোনৰ কেচত ভৰাই ৰাখিছিল ৩০ লাখ টকাৰ হেৰোইন, কাছাৰত ৱাইন শ্বপৰ গৰাকীক আটক

95
  • কাছাৰৰ লক্ষীপুৰত হেৰোইন জব্দ৷
  • লক্ষীপুৰৰ মহকুমা অনুৰাগ শৰ্মাৰ নেতৃত্বত লক্ষীপুৰ আৰক্ষীয়ে চলাইছিল এই অভিযান৷
  • বিন্নাকান্দিঘাটৰ এখন ৱাইন শ্বপৰ পৰা জব্দ কৰা হয় হেৰোইনখিনি।

  • মৌৰ্য নামৰ ৱাইন শ্বপখনৰ পৰা হেৰোইনখিনি জব্দ কৰা হয়।
  • ২২ টা চাবোনৰ কেচত আছিল হেৰোইনখিনি।

  • হেৰোইনখিনিৰ ওজন ২৪০ গ্ৰাম।
  • হেৰোইনৰ সৈতে ৱাইন শ্বপৰ গৰাকী কিশোৰ ৰয়ক আটক।
  • জব্দ হোৱা হেৰোইনখিনিৰ মূল্য প্ৰায় ৩০ লাখ টকা।
  • আৱকাৰী বিভাগে পিছত ৱাইন শ্বপখন চীল কৰি দিয়ে৷
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি