চাবোনৰ কেচত ভৰাই ৰাখিছিল ৩০ লাখ টকাৰ হেৰোইন, কাছাৰত ৱাইন শ্বপৰ গৰাকীক আটক

চাবোনৰ কেচত ভৰাই ৰাখিছিল ৩০ লাখ টকাৰ হেৰোইন, কাছাৰত ৱাইন শ্বপৰ গৰাকীক আটক
  • কাছাৰৰ লক্ষীপুৰত হেৰোইন জব্দ৷
  • লক্ষীপুৰৰ মহকুমা অনুৰাগ শৰ্মাৰ নেতৃত্বত লক্ষীপুৰ আৰক্ষীয়ে চলাইছিল এই অভিযান৷
  • বিন্নাকান্দিঘাটৰ এখন ৱাইন শ্বপৰ পৰা জব্দ কৰা হয় হেৰোইনখিনি।
  • মৌৰ্য নামৰ ৱাইন শ্বপখনৰ পৰা হেৰোইনখিনি জব্দ কৰা হয়।
  • ২২ টা চাবোনৰ কেচত আছিল হেৰোইনখিনি।
  • হেৰোইনখিনিৰ ওজন ২৪০ গ্ৰাম।
  • হেৰোইনৰ সৈতে ৱাইন শ্বপৰ গৰাকী কিশোৰ ৰয়ক আটক।
  • জব্দ হোৱা হেৰোইনখিনিৰ মূল্য প্ৰায় ৩০ লাখ টকা।
  • আৱকাৰী বিভাগে পিছত ৱাইন শ্বপখন চীল কৰি দিয়ে৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in