মুম্বাইত আৱদ্ধ কাছাৰৰ ১০ গৰাকী তীৰ্থযাত্ৰী…

মুম্বাইত আৱদ্ধ কাছাৰৰ ১০ গৰাকী তীৰ্থযাত্ৰী…

ডিজিটেল সংবাদ,শিলচৰঃ মুম্বাইত আৱদ্ধ অসমৰ দহ গৰাকী তীৰ্থযাত্ৰী ৷ মুম্বাইৰ উল্লাশ নগৰৰ স্বৰগম হোটেলত আৱদ্ধ তীৰ্থযাত্ৰী কেইজন ৷ তীৰ্থযাত্ৰী কেইজনৰ ঘৰ কাছাৰৰ নতুন বজাৰত ৷ লকডাউনৰ বাবে আৱদ্ধ হৈ আছে তীৰ্থযাত্ৰী সকল ৷

দলটোত আছে উমাকান্ত নাথ, শক্তিকণা নাথ, সম্প্ৰীতি নাথ, পীয়াশী নাথ, প্ৰতীক নাথ, গুঞ্জন নাথ, ভুপতী ৰঞ্জন নাথ, নিৰুপন নাথ, চানদীপ নাথ, মান কুমাৰ নাথ ৷ তীৰ্থযাত্ৰী সকলে হোটেলৰ ব্যয়ও বহন কৰিব পৰা নাই ৷ তীৰ্থযাত্ৰী সকলক উদ্ধাৰ কৰাৰ বাবে অসম চৰকাৰক আবেদন ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in