শেহতীয়া খবৰ
ঢকুৱাখনাত প্ৰতিবাদকাৰীয়ে জ্বলাই দিলে বিজেপিৰ কাৰ্যালয়...  •  চানমাৰিত প্ৰতিবাদকাৰীয়ে জ্বলাই দিলে ট্ৰেফিক পইন্ট...  •  চানমাৰিত প্ৰতিবাদকাৰীয়ে জ্বলাই দিলে ট্ৰেফিক পইন্ট...  •  জি এছ ৰোডত এফালৰ পৰা গুলীবৰ্ষণ কৰি আগবাঢ়িব লগা হৈছে আৰক্ষী...  •  উত্তপ্ত লতাশিলঃ খেলপথাৰত প্ৰৱেশ হাজাৰ হাজাৰ প্ৰতিবাদকাৰী...  •  চানমাৰী থানাৰ সমীপতে ব্যাপক প্ৰতিবাদ...  •  চানমাৰীত প্ৰতিবাদকাৰীয়ে ভাঙিলে আৰক্ষীৰ বাহন...  •  গুৱাহাটীত উত্তপ্ত পৰিৱেশঃ সেনাক উভতি ধৰিছে প্ৰতিবাদকাৰীয়ে...  •  কেব আমি নামানোঃ নুমলীগড়ত বাগিচাই বাগিচাই চাহ শ্ৰমিকৰ কেবৰ তীব্ৰ প্ৰতিবাদ, VIDEO  •  আহ অসমীয়া ওলাই আহঃ চানমাৰীত আৰক্ষীৰ সমুখতে উত্তাল প্ৰতিবাদ...

কাবুল বিশ্ববিদ্যালয়ৰ সন্মুখত ভয়ংকৰ বিস্ফোৰণ, ২ জনৰ মৃত্যু

154
  • আফগানিস্তানৰ কাবুলত ভয়ংকৰ বোমা বিস্ফোৰণ।
  • কাবুল বিশ্ববিদ্যালয়ৰ সন্মুখত সংঘটিত হয় এই বিস্ফোৰণত।
  • বিস্ফোৰণত থিতাতে নিহত ২ জন লোক।
  • আহত ১০ জনৰ অৱস্থা সংকটজনক বুলি জনাইছে আফগানিস্তান স্বাস্থ্য মন্ত্ৰণালয়ৰ প্ৰবক্তা ৱাহিদুল্লাহ মায়াৰে।
  • বিস্ফোৰণৰ আঁৰত কোন জড়িত হৈ আছে, সেয়া এতিয়াও নিশ্চিত কৰিব পৰা নাই।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি