কাবুল বিশ্ববিদ্যালয়ৰ সন্মুখত ভয়ংকৰ বিস্ফোৰণ, ২ জনৰ মৃত্যু

কাবুল বিশ্ববিদ্যালয়ৰ সন্মুখত ভয়ংকৰ বিস্ফোৰণ, ২ জনৰ মৃত্যু
  • আফগানিস্তানৰ কাবুলত ভয়ংকৰ বোমা বিস্ফোৰণ।
  • কাবুল বিশ্ববিদ্যালয়ৰ সন্মুখত সংঘটিত হয় এই বিস্ফোৰণত।
  • বিস্ফোৰণত থিতাতে নিহত ২ জন লোক।
  • আহত ১০ জনৰ অৱস্থা সংকটজনক বুলি জনাইছে আফগানিস্তান স্বাস্থ্য মন্ত্ৰণালয়ৰ প্ৰবক্তা ৱাহিদুল্লাহ মায়াৰে।
  • বিস্ফোৰণৰ আঁৰত কোন জড়িত হৈ আছে, সেয়া এতিয়াও নিশ্চিত কৰিব পৰা নাই।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in