শেহতীয়া খবৰ
যিকোনো মুহূৰ্ততে গ্ৰেপ্তাৰ হ’ব পাৰে বিধায়ক আমিনুল ইছলাম!  •  বাৰে বাৰে কাৰাগাৰলৈ কিয় অখিল গগৈক...  •  লকডাউনৰ সময়ত মানসিক অস্থিৰতা, অৱসাদত ভোগা লোকক সহায় কৰিবলৈ আগবাঢ়ি আহিছে অসম আৰক্ষী...  •  যোৱা ২৪ ঘণ্টাত দিল্লীত COVID-19ত ২০জন লোক আক্ৰান্ত, ১জনৰ মৃত্যুঃ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল...  •  অৰবিন্দ কেজৰিৱালৰ টুইটাৰক লৈ গৌতম গম্ভীৰৰ প্ৰতিক্ৰিয়া...  •  লকডাউনৰ মাজত লখিমপুৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ সহযোগী উপাচাৰ্যৰ আৰ্তজনলৈ সহায়...  •  ৩ জুনলৈকে লকডাউন!- কিমান সঁচা এই খবৰ...  •  ডিমাপুৰত দৰিদ্ৰ পৰিয়ালৰ মাজত এন এছ চি এন মুইভা গোটৰ সাহায্য বিতৰণ...  •  ৭ এপ্ৰিলৰ পুৱা ৬ বজাৰ পূৰ্বে নিজামুদ্দিনৰ পৰা অহা সকল চিকিৎসালয়লৈ যাওঁক, নহ’লে আৰক্ষীয়ে ল’ব কঠোৰ আইনী ব্যৱস্থা...  •  কোৰোনা ভাইৰাছঃ সংকটৰ সময়ত ভাৰত চৰকাৰক চীনে দিলে ১.৭০ লাখ পিপিই…

কাবুলৰ গুৰুদ্বাৰত অস্ত্ৰধাৰী দুৰ্বৃত্তৰ গুলীচালনা, ১১ জন নিহত…

321

ডিজিটেল ডেস্কঃ আফগানিস্তানৰ কাবুলৰ শ্বেৰ বজাৰস্থিত গুৰুদ্বাৰত বুধবাৰে পুৱা অস্ত্ৰধাৰী দুৰ্বৃত্তই কৰা গুলিচালনাত ১১ জনকৈ লোকৰ মৃত্যু ঘটে। জানিব পৰা মতে, বুধবাৰে পুৱা স্থানীয় সময়ানুসৰী ৭.৩০ বজাত এটা অস্ত্ৰধাৰী দুৰ্বৃত্তৰ দলে গুৰুদ্বাৰৰ চৌহদত প্ৰৱেশ কৰে। সেই সময়ত গুৰুদ্বাৰত প্ৰাৰ্থনা চলি আছিল।

অস্ত্ৰধাৰী দুৰ্বৃত্তৰ দলটোৱে নিৰ্বিচাৰ গুলিছালনা আৰম্ভ কৰাৰ পিছতে তাত উপস্থিত থকা নিৰপত্তাৰক্ষীয়েও তাৰ প্ৰত্যুত্তৰ দিয়ে। ফলত এই সংঘৰ্ষত ৪ দুৰ্বৃত্তসহ ১১ জন লোক নিহত হয়।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি