কাবুলৰ গুৰুদ্বাৰত অস্ত্ৰধাৰী দুৰ্বৃত্তৰ গুলীচালনা, ১১ জন নিহত…

কাবুলৰ গুৰুদ্বাৰত অস্ত্ৰধাৰী দুৰ্বৃত্তৰ গুলীচালনা, ১১ জন নিহত…

ডিজিটেল ডেস্কঃ আফগানিস্তানৰ কাবুলৰ শ্বেৰ বজাৰস্থিত গুৰুদ্বাৰত বুধবাৰে পুৱা অস্ত্ৰধাৰী দুৰ্বৃত্তই কৰা গুলিচালনাত ১১ জনকৈ লোকৰ মৃত্যু ঘটে। জানিব পৰা মতে, বুধবাৰে পুৱা স্থানীয় সময়ানুসৰী ৭.৩০ বজাত এটা অস্ত্ৰধাৰী দুৰ্বৃত্তৰ দলে গুৰুদ্বাৰৰ চৌহদত প্ৰৱেশ কৰে। সেই সময়ত গুৰুদ্বাৰত প্ৰাৰ্থনা চলি আছিল।

অস্ত্ৰধাৰী দুৰ্বৃত্তৰ দলটোৱে নিৰ্বিচাৰ গুলিছালনা আৰম্ভ কৰাৰ পিছতে তাত উপস্থিত থকা নিৰপত্তাৰক্ষীয়েও তাৰ প্ৰত্যুত্তৰ দিয়ে। ফলত এই সংঘৰ্ষত ৪ দুৰ্বৃত্তসহ ১১ জন লোক নিহত হয়।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in