জ্যোতিৰাদিত্য সিন্ধিয়াৰ ব্যক্তিগত সহায়কৰ দেহত কোৰোনা…

জ্যোতিৰাদিত্য সিন্ধিয়াৰ ব্যক্তিগত সহায়কৰ দেহত কোৰোনা…
  • বিজেপি নেতা তথা সাংসদ জ্যোতিৰাদিত্য সিন্ধিয়াৰ ব্যক্তিগত সহায়কৰ দেহত কোৰোনাৰ অৱস্থিতি।
  • ব্যক্তিগত সহায়ক অনিল মিশ্ৰাৰ দেহত কোৰোনা ধৰা পৰাৰ পাছতে হাহাকাৰ।
  • কিয়নো ২জুলাইৰ মধ্যপ্ৰদেশৰ মন্ত্ৰীসকলৰ শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত আছিল মিশ্ৰা।
  • বিজেপি দলৰ ভাৰ্চুৱেল ৰেলীতো অংশ লৈছিল মিশ্ৰাই।
  • মুখ্যমন্ত্ৰী ভৱনলৈও বিগত দিনকেইটাত আহযাহ চলিছিল মিশ্ৰাৰ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in