শেহতীয়া খবৰ
কলিয়াবৰত মন্ত্ৰী কেশৱ মহন্তই বিতৰন কৰিলে ৰাষ্ট্ৰীয় পতাকা...  •  বিহপুৰীয়াত মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে উদ্বোধন কৰিলে ৰুৰবান মিচনৰ আচঁনি...  •  ঢকুৱাখনাত মহিলা সন্ধানহীন...  •  ধেমাজিৰ বি. চি কেয়াৰ চিকিৎসালয়ৰ প্ৰেক্ষাগৃহত ৫ খন কাব্য সংকলন উন্মোচন...  •  পলাশবাৰীৰ চিয়াঁহী উদ্যোগত বিধ্বংসী অগ্নিকাণ্ড...  •  মৈৰাবাৰীত অবৈধ বিলাতী সুৰা জব্দ...  •  কামপুৰত ৰাজু সমীৰণৰ “ জলপ্ৰলয় “ উন্মোচন...  •  টিপং কয়লাখনিৰ কেইবা কোটি মূল্যৰ লোহা চুৰিঃ লুটপাত ৰোধিব নোৱাৰা আৰক্ষীৰ সাংবাদিকৰ ওপৰতহে বিৰূপ মন্তব্য...  •  শিৱসাগৰত ৰাইজৰ দলৰ বৃহৎ যোগদান সমাৰোহঃ পঞ্চায়ত নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰাৰ কথা ঘোষণা...  •  কবিতা ১২/ সহস্ৰ গাঁঠিৰ বান্ধ

জিঅ টাৱাৰত জুই….

  • নগাঁও জিলাৰ জুৰীয়াত মবাইল টাৱাৰত অগ্নি সংযোগৰ এক ঘটনা সংঘটিত হয় ৷
  • জুৰীয়া কলাডুবাত থকা জিঅ’মবাইল কোম্পানীৰ টাৱাৰটোত কেনেকৈ জুই লাগে জানিব পৰা হোৱা নাই৷
  • জুই লগাত টাৱাৰটোৰ বেটাৰীকে ধৰি যন্ত্ৰাংশৰ ক্ষতি সাধন হয় ৷
  • স্থানীয় লোকৰ তৎপৰতাত জুই নিৰ্বাপন কৰা হয় ৷
  • সন্দেহ কৰা মতে বৈদ্যুতিক বিজুতিৰ বাবে অগ্নিকাণ্ডটো সংঘটিত হোৱা বুলি সন্দেহ কৰা হৈছে ৷