জুৰীয়াত নিৰ্বাচনী কাৰ্যালয় নিৰ্মাণ কৰি থাকোতেই বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত শ্ৰমিক

জুৰীয়াত নিৰ্বাচনী কাৰ্যালয় নিৰ্মাণ কৰি থাকোতেই বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত শ্ৰমিক
  • জুৰীয়াৰ মেলেকাধিঙত অঘটন ৷
  • নিৰ্বাচনী কাৰ্যালয় বনাই থাকোতে বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত শ্ৰমিক ৷
  • আহত শ্ৰমিক জন পুঠিমাৰীৰ আজিবুৰ ৰহমান ৷
  • মেলেকাধিঙ বজাৰ তিনিআলিত নিৰ্বাচনী কাৰ্যালয় বনাই থাকোতেই বিদ্যুৎস্পৃষ্ট হৈ আহত হয় শ্ৰমিকজন ৷
  • সংকটজনক অৱস্থাত শ্ৰমিকজনক নগাঁৱলৈ প্ৰেৰণ ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in