জুৰীয়াৰ ধিঙবৰি চাপৰিত আটক দুৰ্ধৰ্ষ ডকাইত…

  • জুৰীয়াৰ ধিঙবৰি চাপৰিত আটক দুৰ্ধৰ্ষ ডকাইত।
  • ধৃত ডকাইতটো ইজাজুল ইছলাম ওৰফে ইজু।
  • বগৰীগুৰিত সংঘটিত ডকাইতিকাণ্ডত জড়িত ইজু।
  • মহিলা এগৰাকীক গুলীয়াই হত্যা কৰাৰ মূল অভিযুক্ত আছিল ইজু।
  • ইজুক মাৰাথন জেৰা জুৰীয়া আৰক্ষীৰ ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in