বাংলাদেশৰ সীমান্তৱৰ্তী অঞ্চলত উদ্ধাৰ নিচা জাতীয় সামগ্ৰী…

বাংলাদেশৰ সীমান্তৱৰ্তী অঞ্চলত উদ্ধাৰ নিচা জাতীয় সামগ্ৰী…
  • মানকাচৰৰ ভাৰত বাংলাদেশ সীমান্তৱৰ্তী জোৰডাঙ্গাত আৰক্ষী-চি আৰ পি এফৰ অভিযান।
  • পুৱতি নিশা প্ৰায় ৪ বজাত ড্ৰাগছ ব্যৱসায়ীৰ ঘৰত অভিযান চলাইছিল।
  • অভিযানত  উদ্ধাৰ হয় বৃহৎ পৰিমাণৰ নিচা জাতীয় টেবলেট।
  • ২২০০ টা WY YUBA নামৰ নিচা জাতীয় টেবলেট জব্দ কৰে অভিযান কাৰী দলটোৱে।
  • গ্ৰেপ্তাৰ কৰে  ড্ৰাগছ ব্যৱসায়ীৰ মনিৰুল ইছলামক।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in