আজিৰে পৰা আৰম্ভ ঐতিহাসিক জোনবিল মেলা

আজিৰে পৰা আৰম্ভ ঐতিহাসিক জোনবিল মেলা
  • পাহাৰ–ভৈয়ামৰ মিলনভূমিত পৰিণত জোনবিলৰ পাৰ।
  • আজিৰে পৰা আৰম্ভ ঐতিহাসিক জোনবিল মেলা৷
  • উখল-মাখল জাগীৰোডৰ জোনবিলৰ পাৰ।
  • আধুনিক মুদ্ৰাৰ প্ৰচলন একাষৰীয়া কৰি জোনবিলৰ পাৰত উজ্জীৱিত হ'ব বিনিময় প্ৰথা।
  • আলু–কঁচুকে ধৰি কৃষিজাত সামগ্ৰীৰ মেটমৰা সম্ভাৰ লৈ মেলাথলীত উপস্থিত পাহাৰৰ মামা-মামীসকল৷
  • ভৈয়ামৰ লোকৰ চিৰা, পিঠা, সান্দহৰ লগতে আন সামগ্ৰীৰ সৈতে কৰিব বিনিময়৷
  • দেওশাল শিৱথানত পূজা–অৰ্চনাৰে মেলাৰ শুভাৰম্ভ।
  • গোভা ৰজা দীপছিং দেওৰজাৰ বিষয়ববীয়াই কৰিলে পূজা–অৰ্চনা।
  • শুকুৰবাৰে জোনবিলৰ পাৰত চলিব বিনিময় প্ৰথা।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in