আনুষ্ঠানিকভাৱে মন্ত্ৰীৰ আসনত বহিল যোগান মোহন

ফাইল ফটো
ফাইল ফটো
  • আনুষ্ঠানিকভাৱে আসনত বহিল নৱ নিযুক্ত মন্ত্ৰী যোগান মোহন।
  • মঙলবাৰে তেওঁ আনুষ্ঠানিক ভাৱে বহে মন্ত্ৰী আসনত।
  • টাই আহোম পৰম্পৰাৰে পূজা কৰি মন্ত্ৰীৰ দায়িত্ব ল'লে নৱ নিযুক্ত মন্ত্ৰীগৰাকীয়ে।
  • জনতা ভৱনৰ ডি ব্লকৰ প্ৰথম মহলাৰ কাৰ্যালয়ত তেওঁঁ দায়িত্বভাৰ লয়।
  • বিধায়ক বিনোদ হাজৰিকা, ৰাজ্যিক বিজেপি সাংগঠনিক সম্পাদক ফণী শৰ্মাকে ধৰি কেবাজনো নেতা উপস্থিত থাকে মন্ত্ৰীগৰাকীয়ে দায়িত্ব লোৱাৰ সময়ত।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in