কেনেদৰে মন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰিলে মাহমৰাৰ বিধায়ক যোগেন মহনে, চাওঁক সেই বিশেষ মুহূৰ্তৰ VIDEO

ফাইল ফটো
ফাইল ফটো
  • ১৮লৈ বৃদ্ধি হ'ল সোণোৱাল মন্ত্ৰীসভাৰ মন্ত্ৰীৰ সংখ্যা।
  • শনিবাৰে শপত গ্ৰহণ কৰিলে ২ নতুন মন্ত্ৰীয়ে।
  • তিনিচুকীয়াৰ বিধায়ক সঞ্জয় কিষাণ আৰু মাহমৰাৰ বিধায়ক যোগেন মহনে ল'লে শপত মন্ত্ৰী হিচাপে।
  • ৰাজ্যিক মন্ত্ৰীৰূপে শপত গ্ৰহণ কৰে যোগেন মহনে।
  • কেনেদৰে তেওঁ শপতগ্ৰহণ কৰিলে চাওঁক ভিডিঅ'-

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in