সোণোৱাল মন্ত্ৰীসভাত ২ নতুন মুখ, পুৱাই কৰিলে শপত গ্ৰহণ

সোণোৱাল মন্ত্ৰীসভাত ২ নতুন মুখ, পুৱাই কৰিলে শপত গ্ৰহণ
  • শনিবাৰে সম্প্ৰসাৰণ কৰা হ'ল সোণোৱাল মন্ত্ৰীসভাৰ।
  • সোণোৱাল মন্ত্ৰী সভাত ২ নতুন মন্ত্ৰীয়ে ল'লে শপত।
  • তিনিচুকীয়াৰ বিধায়ক সঞ্জয় কিষাণ আৰু মাহমৰাৰ বিধায়ক যোগেন মহনে ল'লে শপত মন্ত্ৰী হিচাপে।
  • পুৱা ৰাজভৱনত ৰাজ্যপাল জগদীশ মুখীয়ে পাঠ কৰালে শপত বাক্য।
  • ৰাজ্যিক মন্ত্ৰীৰূপে শপত গ্ৰহণ কৰে যোগেন মহনে।
  • সঞ্জয় কিষাণৰ ৰাজ্যিক স্বতন্ত্ৰ মন্ত্ৰীৰূপে শপতগ্ৰহণ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in