শেহতীয়া খবৰ
কেন্দ্ৰীয় গৃহমন্ত্ৰীক সাক্ষাৎ নাপাই অসম চুক্তি ৰূপায়ন বিভাগক ৬ নং দফা ৰূপায়ন কমিতিয়ে চূড়ান্ত প্ৰতিবেদন দাখিল কৰা বুলি ওলোৱা খবৰক মিছা আখ্যা...  •  কেন্দ্ৰীয় গৃহমন্ত্ৰীক সাক্ষাৎ নাপাই অসম চুক্তি ৰূপায়ন বিভাগক ৬ নং দফা ৰূপায়ন কমিতিয়ে চূড়ান্ত প্ৰতিবেদন দাখিল কৰা বুলি ওলোৱা খবৰক মিছা আখ্যা...  •  বটদ্ৰৱা থানৰ নামলগোৱানী মিনতি বৰাৰ বিয়োগ  •  নীলবাগানৰ ৰাষ্ট্ৰীয় ঘাইপথত পথ দুৰ্ঘটনা  •  দৌলাশালত কংগ্ৰেছৰ বিশাল জনজাগৰণ সভা, ''কা"খন 'শ্লো পয়জন'ৰ দৰেঃ ৰিপুন বৰা, VIDEO  •  তেজৰ অভাৱত এতিয়াৰ পৰা ওদালগুৰিত মৃত্যু নহয় ৰোগীৰ, মুকলিৰ পাছত প্ৰথমবাৰৰ বাবে ৰক্তদান শিৱিৰ ওদালগুৰি ব্লাড বেংকত  •  বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীৰ পত্নীক আক্ৰমণ! ছিউলি মহিলাৰীৰ লগত আছিল দুই পুত্ৰ জান আৰু জিউ, VIDEO  •  আছুৰ আন্দোলনক লৈ প্ৰশ্ন মেধা পাটকাৰ-সন্দীপ পাণ্ডেৰ, পাটকাৰ আৰু পাণ্ডে ছাত্ৰ সন্থাৰ অভিভাৱক নহয় আৰু হ’বও নোৱাৰেঃ আছু  •  আছুৰ আন্দোলনক লৈ প্ৰশ্ন মেধা পাটকাৰ-সন্দীপ পাণ্ডেৰ, পাটকাৰ আৰু পাণ্ডে ছাত্ৰ সন্থাৰ অভিভাৱক নহয় আৰু হ’বও নোৱাৰেঃ আছু  •  ৪দিনৰ অসম আৰক্ষীৰ জিম্মাত শ্বাৰ্জিল ইমামক... VIDEO

সোণোৱাল মন্ত্ৰীসভাত ২ নতুন মুখ, পুৱাই কৰিলে শপত গ্ৰহণ

553
  • শনিবাৰে সম্প্ৰসাৰণ কৰা হ’ল সোণোৱাল মন্ত্ৰীসভাৰ।
  • সোণোৱাল মন্ত্ৰী সভাত ২ নতুন মন্ত্ৰীয়ে ল’লে শপত।
  • তিনিচুকীয়াৰ বিধায়ক সঞ্জয় কিষাণ আৰু মাহমৰাৰ বিধায়ক যোগেন মহনে ল’লে শপত মন্ত্ৰী হিচাপে।
  • পুৱা ৰাজভৱনত ৰাজ্যপাল জগদীশ মুখীয়ে পাঠ কৰালে শপত বাক্য।
  • ৰাজ্যিক মন্ত্ৰীৰূপে শপত গ্ৰহণ কৰে যোগেন মহনে।
  • সঞ্জয় কিষাণৰ ৰাজ্যিক স্বতন্ত্ৰ মন্ত্ৰীৰূপে শপতগ্ৰহণ।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি