জুবিন গাৰ্গে জন্মদিনত ক’ত কাটিলে কেক… চাওঁক VIDEO

জুবিন গাৰ্গে জন্মদিনত ক’ত কাটিলে কেক… চাওঁক VIDEO
  • জুবিন গাৰ্গৰ আজি জন্মদিন।
  • ৪৬ বছৰীয়া হ'ল জুবিন।
  • নিশা ১২ বজাত কেক কাটি উদযাপন কৰিলে ওপজা দিনটো।
  • জুবিন গাৰ্গক জন্মদিনত শুভেচ্ছা জ্ঞাপন অনুৰাগীৰ।
  • খাৰঘূলিৰ জুবিনৰ বাসগৃহৰ সন্মুখতো পুৱাই যথেষ্ট গুণমুগ্ধৰ ভিৰ।
  • অসমীয়া যুৱ প্ৰজন্মৰ বাবে হাৰ্টথ্ৰৱ জুবিন গাৰ্গ।
  • ১৯৭২ চনৰ ১৮ নবেম্বৰত জন্ম হৈছিল জুবিনৰ।
  • অসমীয়া, বঙালী, হিন্দী অনেক ভাষাত জুবিনে গাইছে গীত।
  • ছবি পৰিচালক, অভিনেতা হিচাপেও জুবিনৰ আছে এক সুকীয়া পৰিচয়।
  • জন্মদিনটো সদায় ব্যতিক্ৰম হিচাপেই উদযাপন কৰে জুবিনে।

চাওঁক নিশা ১২ বজাত জুবিনে কি দৰে উদযাপন কৰিলে নিজৰ ওপজা দিনটো-

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in