মঙলবাৰে যুটীয়া সংসদীয় কমিটিৰ গুৰুত্বপূৰ্ণ বৈঠক

  • মঙলবাৰে যুটীয়া সংসদীয় কমিটিৰ গুৰুত্বপূৰ্ণ বৈঠক।
  • নাগৰিকত্ব সংশোধনী বিধেয়কৰ পৰা বাদ পৰিব পাৰে বাংলাদেশ।
  • বাংলাদেশক বাদ দিয়াৰ পোষকতা জেপিচিৰ একাংশ সদস্যৰ।
  • জেপিচিৰ সভাপতিলৈ একাংশ সদস্যই এই সন্দৰ্ভত প্ৰেৰণ কৰিলে প্ৰস্তাৱ।
  • এই সন্দৰ্ভত আজি সিদ্ধান্ত গ্ৰহণৰ সম্ভাৱনা।
  • দুপৰীয়া ৩ বজাত সংসদ ভৱনৰ এনেক্সিত এক বৈঠকত মিলিত হ'ব জেপিচিৰ সদস্যসকল।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in