শেহতীয়া খবৰ
পুনৰ বৃ্দ্ধিঃ ৰাজ্যত আকৌ ৫১গৰাকীৰ দেহত কোৰোনা... • হাতী-মানুহৰ সংঘাত: নাৰায়ণপুৰত হাহাকাৰ অৱস্থা… • মঙলদৈৰ অল্পনাৰ জীৱন সংগ্ৰামঃ বাৰীৰ কঁচু-ঢেকীয়া বিক্ৰী কৰি পোহপাল দিছে পিতৃ-মাতৃক... • জাজৰি উচ্চতৰ মাধ্যমিকৰ বিদ্যালয়ৰ কেন্দ্ৰত বহিঃৰাজ্যৰ পৰা অহা পৰা অহা ৮০লোকক কোৱাৰেণ্টাইন... • অৰুণাচল প্ৰদেশত পুনৰ বৃদ্ধি কোৰোনা ৰোগীৰ সংখ্যা... • নগাঁও চহৰত নিশা যুৱকৰ অস্বাভাৱিক মৃত্যুক কেন্দ্ৰ কৰি উত্তেজনা, আৰক্ষীৰ শূন্যলৈ গুলী চালনা... • মুপা আৰু মাইবাং ষ্টেচনৰ মাজত ব্যাহত ৰেল সেৱা... • বৰ্ণ বৈষম্যতা! আৰক্ষীৰ হাতত কৃষ্ণাংগৰ মৃত্যুক লৈ ট্ৰাম্প প্ৰশাসনৰ বিৰুদ্ধে প্ৰতিবাদ হাজাৰ হাজাৰ জনতাৰ... • ওদালগুৰি অসামৰিক চিকিৎসালয়ৰ প্ৰথমটো স্বাস্থ্যকৰ্মীৰ দলক কোৱাৰেণ্টাইন... • নাৰায়ণপুৰৰ কোৱাৰেন্টাইন চেন্টাৰত উত্তপ্ত পৰিস্থিতি...VIDEO

স্বাধীনতা দিৱসৰ পূৰ্বে সাংবাদিক পেঞ্চন লাভ কৰা ২০জন জ্যেষ্ঠ সাংবাদিকৰ তালিকা প্ৰকাশ…

641
  • স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত ৰাজ্যৰ ২০গৰাকী সাংবাদিকলৈ চৰকাৰী পেঞ্চন।
  • প্ৰতি মাহে ৮ হাজাৰ টকাকৈ পেঞ্চন লাভ কৰিব এইসকল সাংবাদিকে।
  • তথ্য আৰু জনসংযোগ বিভাগৰ দ্বাৰা প্ৰকাশ কৰা হৈছে পেঞ্চন লাভ কৰা নিৰ্বাচিত সাংবাদিকৰ তালিকা।
  • ১ এপ্ৰিল, ২০১৯ৰ পৰা নিৰ্বাচিত সাংবাদিকসকলে লাভ কৰিব পেঞ্চন।
  • ৰাজ্য চৰকাৰ সাংবাদিক পেঞ্চন লাভ কৰা জ্যেষ্ঠ সাংবাদিকসকল ক্ৰমে-

দীপক দাস, কৰিমগঞ্জ

নাথমাল তিব্ৰেৱালা, শোণিতপুৰ

ইকবাল আহমেদ, ডিব্ৰুগড়

অমূল্য খাটনিয়াৰ, তিনিচুকীয়া

উদয় শংকৰ বৰগোঁহাই, কামৰূপ (মেট্ৰ’)

ঘণকান্ত দাস, বিশ্বনাথ চাৰিআলি

সত্যনাৰায়ণ মিশ্ৰ, কামৰূপ (মেট্ৰ’)

হিমেন ভট্টাচাৰ্য, তিনিচুকীয়া,

পদ্মেশ্বৰ চিত্ৰকৰ, কামৰূপ (মেট্ৰ’)

কিৰণ কুমাৰ মুখাৰ্জী, নগাঁও

বপন হাজৰিকা, ওদালগুৰি

অৰুণ কুমাৰ দাস, যোৰহাট

সঞ্জয় বৰকাকতি, কামৰূপ (মেট্ৰ’)

জীতেন শৰ্মা, তিনিচুকীয়া

ৰঞ্জিত কুমাৰ দাস, ওদালগুৰি

বলেন্দ্ৰ কলিতা, কামৰূপ (মেট্ৰ’)

হৰেণ শৰ্মা, যোৰহাট

চম্পক বৰবৰা, কামৰূপ (মেট্ৰ’)

ইমৰাণ হুছেইন, কামৰূপ (মেট্ৰ’)

দিপাংকৰ ৰয়, কামৰূপ (মেট্ৰ’)

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি