যোৰহাটত সাপ্তাহিক বজাৰ বন্ধ ঘোষণা জিলা উপায়ুক্তৰ…

যোৰহাটত সাপ্তাহিক বজাৰ বন্ধ ঘোষণা জিলা উপায়ুক্তৰ…

ডিজিটেল সংবাদ, বেকাজানঃ যোৰহাট জিলাত পৰিস্থিতিত কোভিড -১৯ ভয়ংকৰ সংক্ৰমণৰ বৃদ্ধিয়ে এই ৰোগে ৰাইজৰ জনস্বাস্থ্যৰ প্ৰতি তীব্ৰ ভাবুকি কঢ়িয়াই আনিছে। ইয়াৰ প্ৰতি লক্ষ্য ৰাখি সোমবাৰে বিয়লি যোৰহাট জিলা উপায়ুক্তগৰাকীয়ে জিলাখনৰ সকলো সাপ্তাহিক বজাৰ বন্ধ ঘোষণা কৰিছে ।

জিলা তথ্য আৰু জন সংযোগৰ বিভাগৰ জৰিয়তে দিয়া নিৰ্দেশ অনুসৰি পুনৰ আদেশ নিদিয়া পৰ্যন্ত এই আদেশ বাহাল থাকিব।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in