লকডাউনৰ মাজতে যোৰহাটত বাঘৰ সন্ত্ৰাস, VIDEO

লকডাউনৰ মাজতে যোৰহাটত বাঘৰ সন্ত্ৰাস, VIDEO
  • লকডাউনৰ মাজতে সোমবাৰে যোৰহাটত বাঘৰ সন্ত্ৰাস ।
  • যোৰহাটৰ দ' গায়ন গাৱত এটা নাহৰফুটুকী বাঘৰ সন্ত্ৰাস।
  • বাঘটোৱে আক্ৰমণ কৰি গুৰুতৰ ভাৱে আহত কৰে নিতু বৰা নামৰ লোকজনক।
  • তাৰ পিছতে বাঘটো প্ৰৱেশ কৰে পুলিন ৰাজখোৱা নামৰ লোকজনৰ বাসগৃহত।
  • আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ চেষ্টা অব্যাহত ৰাখিছে ।
  • বৰ্তমান পৰ্যন্ত বন্দী কৰিব পৰা নাই বাঘটোক।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in