নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে যোৰহাটত অধিবক্তাসকলৰ প্ৰতিবাদী সমদল

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে যোৰহাটত অধিবক্তাসকলৰ প্ৰতিবাদী সমদল
  • নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ সৰ্বত্ৰে তীব্ৰ প্ৰতিবাদৰ জোৱাৰ
  • যোৰহাটৰ অধিবক্তাসকলেও শুক্ৰবাৰে প্ৰতিবাদী সমদল বাহিৰ কৰে ।
  • যোৰহাট উকীল সন্থাৰ কেবাশতাধিক অধিবক্তাই বেনাৰ পোষ্টাৰ হাতত লৈ নগৰৰ মাজমজিয়াৰে এই সমদল উলিয়ায় ।
  • প্ৰতিবাদী মিছিলটোৱে নগৰৰ মুল পথসমুহ পৰিভ্ৰমণ কৰি যোৰহাটৰ উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত সামৰণি মাৰে ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in