যোৰাহাটত বন্যহস্তীৰ সন্ত্ৰাস, আহত এজন

যোৰাহাটত বন্যহস্তীৰ সন্ত্ৰাস, আহত এজন
  • যোৰহাটৰ মৰিয়নি দিচৈ চাহ বাগিচাৰ অজগৰ লাইনত অঘটন৷
  • বাগিচাখনৰ শ্ৰমিক আমুছ ওৰাঙক আক্ৰমণ বন্যহস্তীৰ।
  • বাগিচা চিকিৎসালয়ত প্ৰাথমিক চিকিৎসা কৰা হয় আঘাতপ্ৰাপ্ত আমুছ ওৰাঙক।
  • গিবন অভয়াৰণ্যৰ পৰা ওলাই যোৱা বন্যহস্তীৰ এটা জাকে আক্ৰমণ কৰে শ্ৰমিক জনক।
  • উন্নত চিকিৎসাৰ বাবে যোৰহাট চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি।
  •  ঘটনা স্থলীলৈ ৰাওনা বন বিভাগৰ দল৷
  • দিচৈ বাগিচা চিকিৎসালয়ত উপস্থিত হয় স্থানীয় বিধায়ক ৰূপজ্যোতি কুৰ্মী৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in