শেহতীয়া খবৰ
প্ৰধানমন্ত্ৰীৰ আহ্বানৰ প্ৰতি চৰাইদেউৰ মথুৰাপুৰবাসীৰ ব্যাপক সঁহাৰি...  •  ডিঙিত গামোচা লৈ প্ৰধানমন্ত্ৰীয়ে জ্বলালে বন্তি...  •  ডিঙিত গামোচা লৈ প্ৰধানমন্ত্ৰীয়ে জ্বলালে বন্তি...  •  কোকৰাঝাৰত মমবাতিৰেই ‘কৰোনা’ লিখি প্ৰধানমন্ত্ৰীৰ আহ্বানলৈ জনালে সঁহাৰি... VIDEO  •  নুমলীগড়ৰ ঐতিহাসিক দেওপাহাৰত ভয়ংকৰ অগ্নিকাণ্ড... VIDEO  •  প্ৰধানমন্ত্ৰীৰ আহ্বানলৈ দেশবাসীৰ সঁহাৰি, বেলকনি-বাৰান্দাতে জ্বলালে চাকি-ম’বাইলৰ ফ্লেছ...LIVE UPDATES  •  প্ৰধানমন্ত্ৰীৰ আহ্বানলৈ দেশবাসীৰ সঁহাৰি, বেলকনি-বাৰান্দাতে জ্বলালে চাকি-ম’বাইলৰ ফ্লেছ...LIVE UPDATES  •  চাকি-মমবাতিয়েই নহয়, দুই-একে ফুটালে ফটকা, বজালে কাহি-ঘণ্টা...  •  হঠাৎ ৰাজপথত গাড়ীৰ পৰা নামি মুখ্যমন্ত্ৰীয়ে কৰ্তব্যৰত আৰক্ষীৰে পাতিলে কি কথা... VIDEO  •  লকডাউনঃ ডিজেলৰ অভাৱত মানকাচৰৰ পথাৰত অচল পানী মেচিন, তেলৰ বাবে গাৰো পাহাৰলৈ গ'লেও গুলীৰ ভাবুকি

যোৰহাটত গ্ৰেপ্তাৰ কনিষ্ঠ অভিযন্তা…

685
  • যোৰহাটত গ্ৰেপ্তাৰ কনিষ্ঠ অভিযন্তা।
  • অভিযন্তাগৰাকীৰ নাম দেৱব্ৰত ফুকন।
  • প্ৰৱঞ্চনাৰ গোচৰত গ্ৰেপ্তাৰ কৰা হৈছে ফুকনক।
  • আইডব্লিউটিচিৰ কনিষ্ঠ অভিযন্তা ফুকন।
  • তেওঁ যোৰহাটৰ নিমাতিঘাটত কৰ্মৰত হৈ আছিল।
  • লখিমপুৰৰ এজন লোকৰ পৰা তেওঁ টকা লোৱাৰ অভিযোগ।
  • ২ লাখ টকা লৈছিল অভিযন্তাগৰাকীয়ে।
  • চাকৰিৰ প্ৰলোভনেৰে তেওঁ এই ধন লৈছিল।
  • দত্ত উপাধিৰ এগৰাকী লোকৰ পৰা তেওঁ ২ লাখ টকা লোৱাৰ অভিযোগ।
  • ধন ঘূৰাই দিয়াৰ নামত তেওঁ লোকজনক এখন চেক দিছিল।
  • কিন্তু সেই চেক বাউন্স হৈছিল।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি