যোৰহাটত গ্ৰেপ্তাৰ কনিষ্ঠ অভিযন্তা…

যোৰহাটত গ্ৰেপ্তাৰ কনিষ্ঠ অভিযন্তা…
  • যোৰহাটত গ্ৰেপ্তাৰ কনিষ্ঠ অভিযন্তা।
  • অভিযন্তাগৰাকীৰ নাম দেৱব্ৰত ফুকন।
  • প্ৰৱঞ্চনাৰ গোচৰত গ্ৰেপ্তাৰ কৰা হৈছে ফুকনক।
  • আইডব্লিউটিচিৰ কনিষ্ঠ অভিযন্তা ফুকন।
  • তেওঁ যোৰহাটৰ নিমাতিঘাটত কৰ্মৰত হৈ আছিল।
  • লখিমপুৰৰ এজন লোকৰ পৰা তেওঁ টকা লোৱাৰ অভিযোগ।
  • ২ লাখ টকা লৈছিল অভিযন্তাগৰাকীয়ে।
  • চাকৰিৰ প্ৰলোভনেৰে তেওঁ এই ধন লৈছিল।
  • দত্ত উপাধিৰ এগৰাকী লোকৰ পৰা তেওঁ ২ লাখ টকা লোৱাৰ অভিযোগ।
  • ধন ঘূৰাই দিয়াৰ নামত তেওঁ লোকজনক এখন চেক দিছিল।
  • কিন্তু সেই চেক বাউন্স হৈছিল।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in