দেওবাৰে অনুষ্ঠিত হ’ব যোৰহাটৰ তামূলীছিগাৰ ঘনকান্ত বৰা মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সমাৰোহ

দেওবাৰে অনুষ্ঠিত হ’ব যোৰহাটৰ তামূলীছিগাৰ ঘনকান্ত বৰা মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সমাৰোহ

ডিজিটেল ডেস্কঃ দেওবাৰে অনুষ্ঠিত হ'ব যোৰহাট জিলাৰ তামূলীছিগাৰ ঘনকান্ত বৰা মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সমাৰোহ। এই উপলক্ষ্যে গুৰুসেৱা, প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ অন্তৰংগ আলাপ আৰু সাংস্কৃতিক অনুষ্ঠান ইত্যাদি অনুষ্ঠিত হ'ব।

অনুষ্ঠানসমূহত ভাগ লোৱাৰ বাবে ১৯৮৩ চনৰ পৰা মহাবিদ্যালয়ৰ সকলো প্ৰাক্তন ছাত্ৰ-ছাত্ৰীকে স্নাতক শাখাৰ অধ্যক্ষ দেৱজিত বৰা, কণিষ্ঠ শাখাৰ অধ্যক্ষ গুণমণি কলিতা, উদযাপন সমিতিৰ সভাপতি অনিমেষ শইকীয়া (8761835449) আৰু সম্পাদক দেৱব্ৰত গগৈ (7002425785) য়ে অনুৰোধ জনাইছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in