যোৰহাটত ভয়ংকৰ অগ্নিকাণ্ড, জুইত জাহ গ’ল কেইবাখনো প্ৰতিষ্ঠান…

প্ৰতীকি ফটো
প্ৰতীকি ফটো
  • যোৰহাটৰ গড়আলিত ভয়ংকৰ অগ্নিকাণ্ড।
  • ভাৰত হাৰ্ডৱেৰ, উষা নামৰ ব্যৱসায়িক প্ৰতিষ্ঠানত জুইৰ সূত্ৰপাত ।
  • শ্বৰ্টচাৰ্কিটৰ ফলতেই এই অগ্নিকাণ্ড সংঘটিত হোৱাৰ সন্দেহ।
  • বৰ্তমানলৈ অগ্নিকাণ্ডত হোৱা ক্ষয়ক্ষতিৰ পৰিমান জানিব পৰা হোৱা নাই।
  • সৌভাগ্যক্ৰমে এই অগ্নিকাণ্ডত হতাহত হোৱা নাই কোনো লোক।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in