যোৰহাটত ড্ৰাগছৰ ঘাটি উৎখাত, আটক এজন

যোৰহাটত ড্ৰাগছৰ ঘাটি উৎখাত, আটক এজন
  • যোৰহাটত ড্ৰাগছৰ ঘাটি উৎখাত।
  • ফাঁচীআলিত উৎখাত হৈছে ড্ৰাগছৰ ঘাটি।
  • আৰক্ষীয়ে অভিযান চলাই জব্দ কৰিলে বহু পৰিমাণৰ ড্ৰাগছ।
  • ইফালে নিচাযুক্ত সামগ্ৰীসহ চিণ্টু দাস ওৰফে দেন নামৰ এজন লোকক আটক কৰিছে আৰক্ষীয়ে।
  • এজন লোকৰ ঘৰৰ পৰা জব্দ কৰা হৈছে ড্ৰাগছখিনি।
  • লোকজনৰ নাম ধনঞ্জয় দেৱনাথ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in