যোৰহাটৰ ৪ জিলা পৰিষদৰ ৩খন কংগ্ৰেছৰ দখলত…

যোৰহাটৰ ৪ জিলা পৰিষদৰ ৩খন কংগ্ৰেছৰ দখলত…
  • যোৰহাটত ৪খন জিলা পৰিষদৰ ফলাফল ঘোষণা।
  • ৩খনতেই কংগ্ৰেছ প্ৰাৰ্থীৰ জয়লাভ।
  • ১খনত জয়লাভ কৰিছে বিজেপিয়ে।
  • কৰঙাৰ জিলা পৰিষদত কংগ্ৰেছ প্ৰাৰ্থী ৰঞ্জন শইকীয়াৰ জয়লাভ।
  • চাৰিগাঁও জিলা পৰিষদত কংগ্ৰেছৰ বাসৱী শইকীয়াৰ জয়লাভ।
  • চৰাইবাহী জিলা পৰিষদত উত্তম কুমাৰ গগৈৰ জয়লাভ।
  • উত্তম কুমাৰ গগৈ কংগ্ৰেছৰ প্ৰাৰ্থী।
  • নাওবৈচা জিলা পৰিষদত বিজেপিৰ ফুলমণি বৰাৰ জয়লাভ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in