যোৰহাটত এ টি এম চুৰি কৰা ৭ দুৰ্ধৰ্ষ চোৰক গ্ৰেপ্তাৰ

যোৰহাটত এ টি এম চুৰি কৰা ৭ দুৰ্ধৰ্ষ চোৰক গ্ৰেপ্তাৰ
  • যোৰহাটৰ পৰা এটিএম চুৰি কৰি নিয়া ৭টা দুৰ্ধৰ্ষ চোৰক গ্ৰেপ্তাৰ কৰে যোৰহাট আৰক্ষীয়ে।
  • মহানগৰ আৰক্ষী আৰু নলবাৰী আৰক্ষীৰ সহযোগত যোৰহাট আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে চোৰ কেইজনক।
  • চোৰকেইজন হৈছে আদিল আলী, পুতুল আলী, লক্ষেশ্বৰ পেগু, মিণ্টু ৰায়, পংকজ দলে, সঞ্জীৱ দলে আৰু জয় চন্দ্ৰ হাজৰিকা ওৰফে ৰাহুল হাজৰিকা।
  • চুৰি কাৰ্যত ব্যৱহৃত দুখন গাড়ীসহ বিভিন্ন সামগ্ৰীও জব্দ কৰে আৰক্ষীয়ে।
  • ধৃত আটাইকেইজনকে জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in