যোৰাবাট আৰক্ষীৰ জালত শিলচৰৰ ডকাইতৰ দল…

যোৰাবাট আৰক্ষীৰ জালত শিলচৰৰ ডকাইতৰ দল…
  • যোৰাবাট আৰক্ষীৰ জালত পৰিল দুৰ্ধৰ্ষ ডকাইতৰ দল।
  • আৰক্ষীয়ে আটক কৰিলে শিলচৰৰ তিনি দুৰ্ধৰ্ষ ডকাইতক।
  • আটকাধীন ডকাইত কেইটা কামৰুল ইছলাম, আব্দুল হুছেইন বৰভূঞা, আনোৱাৰ হুছেইন লস্কৰ।
  • শিলচৰৰ পৰা গুৱাহাটী অভিমুখে আহি থকা অৱস্থাত আটক তিনিওকে।
  • এখন তেল পৰিৱাহী টেংকাৰৰ পৰা আটক তিনি ডকাইতক।
  • দীৰ্ঘদিনৰ পৰা শিলচৰত সন্ত্রাস চলাই আহিছিল ডকাইতৰ দলটোৱে।
  • যোৰাবাট আৰক্ষীয়ে ডকাইতকেইটাক চমজাই দিয়ে শিলচৰ আৰক্ষীক।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in