জনতা ভৱনত জনজাতিকৰণক লৈ ৰাজ্য চৰকাৰে গঠন কৰা মন্ত্ৰী গোটৰ প্ৰথমখন বৈঠক

জনতা ভৱনত জনজাতিকৰণক লৈ ৰাজ্য চৰকাৰে গঠন কৰা মন্ত্ৰী গোটৰ প্ৰথমখন বৈঠক
  • দেওবাৰে জনতা ভৱনত অনুষ্ঠিত হয় জনজাতিকৰণক লৈ বৈঠক।
  • ৰাজ্য চৰকাৰে গঠন কৰা মন্ত্ৰী গোটৰ প্ৰথমখন বৈঠক অনুষ্ঠিত হৈছে জনতা ভৱনত।
  • ৬ জনগোষ্ঠীৰ জনজাতিকৰণক লৈ আলোচনা কৰা হ'ল বৈঠকত।
  • ২৮ জানুৱাৰীত ট্ৰাইবেল সংঘৰে বৈঠকত বহিব মন্ত্ৰী গোট।
  • ২৯ জানুৱাৰীত বি টি চি নেতৃত্বৰে আৰু ৩০ জানুৱাৰীত ৰাভা, তিৱা, ঠেঙাল কছাৰী, সোণোৱাল, মিচিং, দেউৰী স্বায়ত্ত পৰিষদৰ নেতৃত্বৰে মিলিত হ'ব আলোচনাত।
  • ১৫ ফেব্ৰুৱাৰীত মন্ত্ৰী গোটে দাখিল কৰিব প্ৰতিবেদন।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in