অগপ-নিৰ্দলীয়-কংগ্ৰেছ এৰি গোলাঘাটত বিজেপিলৈ ৱাৰ্ড মেম্বাৰ-কৰ্মী

প্ৰতীকি ফটো
প্ৰতীকি ফটো
  • অগপত আকৌ খহনীয়া।
  • বিজেপিত যোগদান অগপ ৱাৰ্ড মেম্বাৰৰ।
  • মৰঙি জিলা পৰিষদৰ অধীনস্থ ফুলবাৰী পঞ্চায়তৰ ২ অগপ ৱাৰ্ড মেম্বাৰে যোগ দিলে বিজেপিত৷
  • ৩নং ৱাৰ্ডৰ চন্দকান্ত ফুকন আৰু ২নং ৱাৰ্ডৰ মেম্বাৰ নিৰু গগৈৰ বিজেপিত যোগদান৷
  • বিজেপিলৈ আহিল ৰংদৈ গাঁও পঞ্চায়তৰ ৩নং ৱাৰ্ডৰ নিৰ্দলীয় প্ৰাৰ্থী মিনাক্ষী শইকীয়াও৷
  • গোলাঘাট সমষ্টিৰ বাবুল বৰা নামৰ এজন কংগ্ৰেছ কৰ্মীয়েও যোগ দিয়ে বিজেপিত৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in