NIAৰ আদালতৰ সন্মুখত চিঞৰি চিঞৰি অখিল গগৈয়ে কলেঃ জয় আই অসম…

NIAৰ আদালতৰ সন্মুখত চিঞৰি চিঞৰি অখিল গগৈয়ে কলেঃ জয় আই অসম…
  • চানমাৰীৰ NIAৰ আদালতৰ সন্মুখত প্ৰতিবাদ।
  • ১৪ দিনৰ ন্যায়িক জিম্মাৰ পিছত অখিল গগৈক হাজিৰ কৰোৱাৰ সময়তে এই প্ৰতিবাদ।
  • হিমন্ত লেই লেই চেই চেই, জয় আই অসম আৰু কা বাতিল কৰাৰ দাবী।
  • অখিল গগৈক মুক্তি দিয়ক বুলিও ধ্বনি দিয়ে প্ৰতিবাদকাৰীসকলে।
  • আদালতত হাজিৰ কৰোৱা সময়ত অখিল গগৈয়ে ক'লে, জয় আই অসম।
  • অসমবাসী ৰাইজক অভিনন্দন জনাইছোঁ।
  • ৰাইজে যি ধৰণেৰে সংগ্ৰাম অব্যাহত ৰাখিছে সেয়া অব্যাহত ৰাখক।
  • অসমবাসী ৰাইজে একত্ৰিত হৈ সংগ্ৰাম চলাই নিব লাগিব।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in