যোগীঘোপাত চাঞ্চল্যকৰ ডকাইতি…

যোগীঘোপাত চাঞ্চল্যকৰ ডকাইতি…
  • বঙাইগাঁওৰ যোগীঘোপাত নিশা চাঞ্চল্যকৰ ডকাইতিৰ ঘটনা।
  • নিশা ২ মান বজাত কুঠিপাৰাত এই ঘটনা।
  • ঠিকাদাৰ আনোৱাৰ আলীৰ ঘৰত সংঘটিত হ'য় এই ঘটনা।
  • পিষ্টল দেখুৱাই লুটপাত, গৃহস্থৰ হাত-ভৰি বান্ধি লুটিলে সা-সামগ্ৰী।
  • ডকাইতে লুটি নিলে ৫ লাখ টকাৰ সোণৰ অলংকাৰ, ৪.৫ লাখ নগদ ধন আৰু এখন Nissan terrano ( AS 19 K 8807 )বাহনো।
  • ঘটনাক লৈ যোগীঘোপাত চাঞ্চল্য অব্যাহত ঘটনাস্থলীত ৷
  • যোগীঘোপা আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in