আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ৰূপে জ’ বাইডেনৰ শপতগ্ৰহণ…

আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ৰূপে জ’ বাইডেনৰ শপতগ্ৰহণ…
  • আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ৰূপে শপত গ্ৰহণ জ' বাইডেনৰ।
  • আমেৰিকা যুক্তৰাষ্ট্ৰ ৪৬ সংখ্যক ৰাষ্ট্ৰপতি ৰূপে বাইডেনে গ্ৰহণ কৰিলে শপত।
  • তেওঁৰ পূৰ্বে আমেৰিকাৰ উপ ৰাষ্ট্ৰপতি ৰূপে শপত গ্ৰহণ কৰে কমলা হেৰিছে।
  • শপতগ্ৰহণ অনুষ্ঠানলৈ যোৱাৰ পূৰ্বে ৰাষ্ট্ৰপতি জ' বাইডেনে কৰে টুইট।
  • তেওঁ টুইটটোত লিখে- এয়া আমেৰিকাৰ নতুন দিন।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in