শেহতীয়া খবৰ
হিমন্তৰ টুইট : অসমৰ নহয়,চীনৰ টাইৱান চাহ বাগিছাৰ ফটোৰে অসম বচাও অভিযান কংগ্ৰেছৰ...  •  নাৰায়ণপুৰত চাৰিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে ভাওনা সমাৰোহ-২০২১ : স্মৃতিগ্ৰন্থ ৰূপ ৰস ৰংগ উন্মোচন...  •  মাজুলী বনগাৱত ভয়ংকৰ অগ্নিকাণ্ড...  •  মই টিকেট নোপোৱা কোনো কাৰণ নাই : ৰামকান্ত দেউৰী  •  বকোৰ শিঙুৱা জলসিঞ্চন প্ৰকল্পৰ কেনেলত মৃতদেহ উদ্ধাৰ...  •  হোজাই জিলাৰ তিনিটা সমষ্টিত ১২৫ টা জটিল ভোটকেন্দ্ৰ : অৰ্ধ সামৰিক বাহিনীৰ ৩০ কোম্পানী নিয়োগ...  •  হোটেল চিগনেট আৰু হোটেল গে'টৱে গ্ৰেণ্ডিৱেৰত অসম প্ৰদেশ কংগ্ৰেছৰ দুখনকৈ বৈঠক...  •  হোটেল চিগনেট আৰু হোটেল গে'টৱে গ্ৰেণ্ডিৱেৰত অসম প্ৰদেশ কংগ্ৰেছৰ দুখনকৈ বৈঠক...  •  শীঘ্ৰে আৰম্ভ হ'ব স্তব্ধ ইণ্ডো- নগা ৰাজনৈতিক আলোচনা...  •  দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে গ্ৰহণ কৰিলে কোভিড ভেকচিন...

আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ৰূপে জ’ বাইডেনৰ শপতগ্ৰহণ…

213
  • আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ৰূপে শপত গ্ৰহণ জ’ বাইডেনৰ।
  • আমেৰিকা যুক্তৰাষ্ট্ৰ ৪৬ সংখ্যক ৰাষ্ট্ৰপতি ৰূপে বাইডেনে গ্ৰহণ কৰিলে শপত।
  • তেওঁৰ পূৰ্বে আমেৰিকাৰ উপ ৰাষ্ট্ৰপতি ৰূপে শপত গ্ৰহণ কৰে কমলা হেৰিছে।
Image
  • শপতগ্ৰহণ অনুষ্ঠানলৈ যোৱাৰ পূৰ্বে ৰাষ্ট্ৰপতি জ’ বাইডেনে কৰে টুইট।
  • তেওঁ টুইটটোত লিখে- এয়া আমেৰিকাৰ নতুন দিন।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি