শেহতীয়া খবৰ
পুনৰ ২৮৮৬জনৰ দেহত কোভিড-১৯ঃ ৫৫০জন কামৰূপ মেট্ৰৰ, ৰাজ্যত আক্ৰান্তৰ সংখ্যা ৪৮,১৬১লৈ বৃদ্ধি...  •  গোৱালপাৰাত ৫ শতাধিকৰ ঘৰ অতিক্ৰম কৰিলে কোভিড-১৯ত আক্ৰান্ত ৰোগীয়ে, অদ্যাপি ৩২০ গৰাকী ৰোগী কোৰোনামুক্ত...  •  ৰাজ্যত পুনৰ কোৰোনাত আক্ৰান্ত ৬জনৰ মৃত্যু...  •  পানীখাইতিত পঞ্চ আৰু চয়াবিন ফেক্টৰীত ভয়ানক অগ্নিকাণ্ড...VIDEO  •  আলাবৈ ৰণৰ ৩৫১ বছৰঃ বুধবাৰে ১০ হাজাৰ বীৰ ছহিদলৈ সামৰিক শ্ৰদ্ধাঞ্জলি...  •  আৰণ্যকৰ মাতৃ লীনা শৰ্মা অত্যন্ত সুখী, কিন্তু...  •  কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ দেহত কোভিড-১৯ পজিটিভ...  •  দিল্লী আৰক্ষীৰ কণিষ্টবল ইউ পি এছ চি পৰীক্ষাত ৬৪৫ নম্বৰ স্থানত উত্তীৰ্ণ...  •  ছীজল আগৰৱালাসহ ৰাজ্যৰ ৫জন উত্তীৰ্ণ ইউপিএছচিত...VIDEO  •  তলাবন্ধ চিৰিয়াখানাত দৰ্শকৰ অনুপস্থিতিত এয়া কি চলিছে...

CRPFত চাকৰি ওলাইছেঃ কৰিব পাৰে আবেদন…

619

ডিজিটেল ডেস্কঃ কোৰোনা সংকটৰ মাজতে দেশৰ নিবনুৱা যুৱকসকলৰ বাবে এটা ভাল খবৰ। চাকৰি ওলাইছে চি আৰ পি এফত। প্ৰায় ৭৯০টা পদত নিযুক্তিৰ বাবে অহা ৩১ আগষ্ট ২০২০ৰ ভিতৰত আবেদন কৰিব পাৰিব ইচ্ছুক প্ৰাৰ্থীয়ে। এই আবেদনৰ প্ৰক্ৰিয়া আৰম্ভ হ’ব অহা ২০জুলাই ২০২০ৰ পৰা। এই বিষয়ৰ সন্দৰ্ভত অধিক জানিবলৈ crpf.gov.in ৱেবচাইটত চেক কৰাৰ লগতে ইয়াৰ জৰিয়তে আবেদনো কৰিব পাৰিব। আবেদন কৰা প্ৰাৰ্থীসকলৰ বয়স ৩০বছৰ বয়সৰ ভিতৰত হব লাগিব।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি