CRPFত চাকৰি ওলাইছেঃ কৰিব পাৰে আবেদন…

CRPFত চাকৰি ওলাইছেঃ কৰিব পাৰে আবেদন…

ডিজিটেল ডেস্কঃ কোৰোনা সংকটৰ মাজতে দেশৰ নিবনুৱা যুৱকসকলৰ বাবে এটা ভাল খবৰ। চাকৰি ওলাইছে চি আৰ পি এফত। প্ৰায় ৭৯০টা পদত নিযুক্তিৰ বাবে অহা ৩১ আগষ্ট ২০২০ৰ ভিতৰত আবেদন কৰিব পাৰিব ইচ্ছুক প্ৰাৰ্থীয়ে। এই আবেদনৰ প্ৰক্ৰিয়া আৰম্ভ হ'ব অহা ২০জুলাই ২০২০ৰ পৰা। এই বিষয়ৰ সন্দৰ্ভত অধিক জানিবলৈ crpf.gov.in ৱেবচাইটত চেক কৰাৰ লগতে ইয়াৰ জৰিয়তে আবেদনো কৰিব পাৰিব। আবেদন কৰা প্ৰাৰ্থীসকলৰ বয়স ৩০বছৰ বয়সৰ ভিতৰত হব লাগিব।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in