সন্ত্ৰাসবাদীৰ গুলীত নিহত বিজেপি নেতা…

সন্ত্ৰাসবাদীৰ গুলীত নিহত বিজেপি নেতা…
  • জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদীৰ আক্ৰমণত আহত এগৰাকী বিজেপি কৰ্মী নিহত।
  • বডগাম জিলাত সন্ত্ৰাসবাদীৰ গুলীত আহত হৈছিল বিজেপি নেতাগৰাকী।
  • দেওবাৰে পুৱাই সন্ত্ৰাসবাদীৰ গুলীৰ লক্ষ্য হৈছিল বিজেপি নেতা আব্দুল হাদিম।
  • গুৰুতৰভাৱে আহত বিজেপি নেতাগৰাকী ২৪ঘন্টাৰ ভিতৰত মৃত্যু হয় হস্পাতালত।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in