শেহতীয়া খবৰ
বাহুবলী ট্ৰেফিক পুলিচ! কোকৰাঝাৰত ঘোচা মাৰি ভাঙিলে মহিলাৰ মুখ, VIDEO  •  শুদ্ধ এন আৰ চিৰ বাবে প্ৰতীক হাজেলাৰ বিৰুদ্ধে লোকজাগৰণ মঞ্চৰ প্ৰতিবাদ  •  অসম-মেঘালয় সীমান্তৱৰ্তী মেঘালয়ৰ জিঞ্জিৰামত মহিলাৰ মৃতদেহ উদ্ধাৰ, স্বামীয়ে হত্যা কৰি পেলাই দিয়াৰ সন্দেহ  •  গোলাঘাটৰ নাওজানত ডিটেনচন কেম্পলৈ প্ৰেৰণ এজনক  •  টীম ইণ্ডিয়াৰ বেটিং, বলিং আৰু ফিল্ডিঙৰ বাবে ৩জনকৈ প্ৰশিক্ষকৰ নাম মনোনীত...  •  চন্দ্ৰযান-২ৰ সফলতা, পৃথিৱীলৈ পঠিয়ালে প্ৰথমখন চন্দ্ৰৰ ফটো...  •  চন্দ্ৰযান-২ৰ সফলতা, পৃথিৱীলৈ পঠিয়ালে প্ৰথমখন চন্দ্ৰৰ ফটো...  •  গোৱালপাৰাত লোমহৰ্ষক হত্যাকাণ্ড, মাতৃ-পুত্ৰৰ চিন্ন মৃতদেহ উদ্ধাৰ  •  প্ৰায় ৫০ কিলোগ্ৰাম গাঞ্জাসহ এজনক গ্ৰেপ্তাৰ ৰৌতা আৰক্ষীৰ  •  ৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকিল গুৱাহাটীৰ ৰেষ্টুৰেন্ট ‘পিয়াজ্জা’, লাভ কৰিলে বেষ্ট ইটালিয়েন ৰেষ্টুৰেন্ট অৱ দ্য ইয়েৰ-ইষ্ট বঁটা...

কলিয়াবৰত কংগ্ৰেছ-বিজেপিৰ বিৰুদ্ধে যুঁজত নামিব বোকাখাতৰ প্ৰাক্তন বিধায়ক জিতেন গগৈ

176
  • সোমবাৰে মনোয়ন পত্ৰ দাখিল কৰিব জিতেন গগৈয়ে।
  • আগন্তুক লোকসভা নিৰ্বাচনত কলিয়াবৰ লোকসভা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব গগৈয়ে।
  • গগৈয়ে নিৰ্দলীয় প্ৰাৰ্থী হিচাপে দাখিল কৰিব মনোনয়ন পত্ৰ।
  • বোকাখাত সমষ্টিৰ প্ৰাক্তন বিধায়ক জিতেন গগৈ।
  • কলিয়াবৰত জয় নিশ্চিত বুলি জনালে জিতেন গগৈয়ে।
  • জয়ৰ বাবে ৰণকৌশলো প্ৰস্তুত কৰা হৈছে বুলি কলে গগৈয়ে।
  • ইফালে গগৈৰ বিৰুদ্ধে আদালতত চলি আছে একাধিক গোচৰ।
  • কলিয়াবৰত কংগ্ৰেছৰ গৌৰৱ গগৈ আৰু অগপ-বিজেপিৰ মিত্ৰজোটৰ প্ৰাৰ্থী মণিমাধৱ মহন্তই আগবঢ়াইছে প্ৰতিদ্বন্দ্বিতা।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি