কলিয়াবৰত কংগ্ৰেছ-বিজেপিৰ বিৰুদ্ধে যুঁজত নামিব বোকাখাতৰ প্ৰাক্তন বিধায়ক জিতেন গগৈ

কলিয়াবৰত কংগ্ৰেছ-বিজেপিৰ বিৰুদ্ধে যুঁজত নামিব বোকাখাতৰ প্ৰাক্তন বিধায়ক জিতেন গগৈ
  • সোমবাৰে মনোয়ন পত্ৰ দাখিল কৰিব জিতেন গগৈয়ে।
  • আগন্তুক লোকসভা নিৰ্বাচনত কলিয়াবৰ লোকসভা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব গগৈয়ে।
  • গগৈয়ে নিৰ্দলীয় প্ৰাৰ্থী হিচাপে দাখিল কৰিব মনোনয়ন পত্ৰ।
  • বোকাখাত সমষ্টিৰ প্ৰাক্তন বিধায়ক জিতেন গগৈ।
  • কলিয়াবৰত জয় নিশ্চিত বুলি জনালে জিতেন গগৈয়ে।
  • জয়ৰ বাবে ৰণকৌশলো প্ৰস্তুত কৰা হৈছে বুলি কলে গগৈয়ে।
  • ইফালে গগৈৰ বিৰুদ্ধে আদালতত চলি আছে একাধিক গোচৰ।
  • কলিয়াবৰত কংগ্ৰেছৰ গৌৰৱ গগৈ আৰু অগপ-বিজেপিৰ মিত্ৰজোটৰ প্ৰাৰ্থী মণিমাধৱ মহন্তই আগবঢ়াইছে প্ৰতিদ্বন্দ্বিতা।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in