Published on:
Updated on:
- আজি আদালতত হাজিৰ কৰোৱা হ'ব আলফা নেতা জিতেন দত্ত আৰু মৃণাল হাজৰিকাক।
- ১৪ দিনৰ ন্যায়িক জিম্মাৰ অন্তত হাজিৰ কৰোৱা হ'ব মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত।
- দুয়োগৰাকী আলফা নেতাৰ জামিনৰ বাবে আদালতত দাখিল কৰা হ'ব আবেদন।
- প্ৰৰোচনামূলক মন্তব্য কৰাৰ অভিযোগত গ্ৰেপ্তাৰ হৈছিল জিতেন দত্ত আৰু মৃণাল হাজৰিকা।
- গীতানগৰ থানাৰ গোচৰত গ্ৰেপ্তাৰ হৈছিল দুয়োজন আলফা নেতা।
Code:
Asomiya Pratidin
www.asomiyapratidin.in