নিশা আলোচনাপন্থী আলফা নেতা জিতেন দত্তৰ ঘৰ ঘেৰাও সেনা-আৰক্ষীৰ, থানাত উপস্থিত হোৱাৰ নিৰ্দেশ…

ফাইল ফটো
ফাইল ফটো
  • আলোচনাপন্থী আলফা নেতা জিতেন দত্তৰ ঘৰ ঘেৰাও।
  • সেনা-আৰক্ষীয়ে শুকুৰবাৰে ওৰেটো নিশা ঘেৰাও কৰি ৰাখে দত্তৰ ঘৰ।
  • ডিগবৈৰ বৰবিলৰ বাসগৃহ ঘেৰাও সেনা-আৰক্ষীৰ।
  • সেইসময়ত ঘৰত নাছিল আলফা নেতা জিতেন দত্ত।
  • শনিবাৰে থানাত হাজিৰ হোৱাৰ নিৰ্দেশ দিয়া হৈছে।
  • উল্লেখ্য যে, CAA বিৰুদ্ধে প্ৰতিবাদ অব্যাহত ৰাখিছে আলফা নেতা জিতেন দত্তই

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in