আলোচনাপন্থী আলফা নেতা জিতেন দত্তক গ্ৰেপ্তাৰ

আলোচনাপন্থী আলফা নেতা জিতেন দত্তক গ্ৰেপ্তাৰ
  • আলোচনাপন্থী আলফা নেতা জিতেন দত্তক গ্ৰেপ্তাৰ।
  • শনিবাৰে গ্ৰেপ্তাৰ কৰা হয় আলফা নেতাগৰাকীক।
  • ডিগবৈৰ বৰবিলৰ ঘৰৰ পৰা দত্তক গ্ৰেপ্তাৰ কৰে সেনা-আৰক্ষীয়ে।
  • উল্লেখ্য যে, প্ৰথমে ঘেৰাও কৰা হৈছিল তেওঁৰ বাসগৃহ।
  • সেনা-আৰক্ষীয়ে শুকুৰবাৰে ওৰেটো নিশা ঘেৰাও কৰি ৰাখিছিল দত্তৰ ঘৰ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in