শেহতীয়া খবৰ
গুৱাহাটীত হাস্পতালৰ আই চি ইউৰ ভিতৰত অনাধিকাৰ প্ৰৱেশৰ অপৰাধত আটক হ'ল ৩ সাংবাদিক  •  গুৱাহাটীত হাস্পতালৰ আই চি ইউৰ ভিতৰত অনাধিকাৰ প্ৰৱেশৰ অপৰাধত আটক হ'ল ৩ সাংবাদিক  •  ভাৰতীয় ক্ৰিকেটাৰক হত্যাৰ ভাবুকি অসমৰ যুৱকৰ!  •  ভাৰতীয় ক্ৰিকেটাৰক হত্যাৰ ভাবুকি অসমৰ যুৱকৰ!  •  ৰহাৰ খলিহামাৰীত জ্বলা-কলা খোৱাইছে পথৰ দুৰৱস্থাই, VIDEO  •  ক্ষিৰোদ বৰুৱা আন্তঃজিলা ফুটবল, উদ্বোধনী খেলত শদিয়াৰ জয়লাভ  •  ক্ষিৰোদ বৰুৱা আন্তঃজিলা ফুটবল, উদ্বোধনী খেলত শদিয়াৰ জয়লাভ  •  নাৰায়ণপুৰৰ জনাঞ্চলত বাঘ উদ্ধাৰ…  •  লালুকত দাৰে ঘপিয়াই বৃদ্ধক হত্যাৰ চেষ্টা কিশোৰৰ! উত্তেজিত ৰাইজে জ্বলাই দিলে ঘৰ...  •  ৰহাত দিন দুপৰতে চোৰে লুটিলে মূল্যবান সামগ্ৰী, VIDEO

আজিয়েই ৰিচাৰ্জ কৰক জিঅ’ৰ নতুন অফাৰ

2,646

ডিজিটেল ডেস্কঃ জিঅ’ ব্যৱহাৰকাৰী সকলৰ বাবে আহিছে এক সুখবৰ। এইবাৰ জিঅ’ কোম্পানীয়ে গ্ৰাহক সকলক বিশেষ অফাৰৰ জৰিয়তে আগবঢ়াইছে দীৰ্ঘম্যাদী প্ৰি-পেইড প্লেন। গ্ৰাহকসকলে এতিয়া ৫৯৪ আৰু ২৯৭ টকাৰ ৰিচাৰ্জ কৰিয়েই লাভ কৰিব পাৰিব জিঅ’ৰ দীৰ্ঘম্যাদী সেৱা।

জিঅ’ই প্ৰদান কৰা ৫৪৯ টকাৰ প্ৰি-পেইড প্লেনৰ জৰিয়তে গ্ৰাহকসকলে ৬ মাহৰ বাবে লাভ কৰিব বিনামূলীয়া ভয়চ কলিঙৰ সুবিধা। তাৰ উপৰি লাভ কৰি ০.৫ জিবি হাই স্পীড প্ৰতিদিনৰ সৈতে আনলিমিটেড ডাটা। এই ৰিচাৰ্জ প্লেনত গ্ৰাহকে প্ৰতি ২৮ দিনৰ বাবে ৩০০ টা এছ এম এছৰ সুবিধাও লাভ কৰিব।

ইয়াৰ বাহিৰেও আৰু এটা প্ৰি-পেইড অফাৰ গ্ৰাহকক প্ৰদান কৰিছে জিঅ’ই। ২৯৭ টকীয়া এই অফাৰত গ্ৰাহকে ৮৪ দিনৰ বাবে লাভ কৰিব জিঅ’ নেটৱৰ্কৰ সকলো সুবিধা। ফ্ৰী ভয়চ কলিং, আনলিমিটেড ডাটা (০.৫ জিবি হাইস্পীড ডাটা প্ৰতিদিনে)ৰ লগতে প্ৰতি ২৮ দিনৰ বাবে গ্ৰাহকে লাভ কৰিব ৩০০ টা ফ্ৰী এছ এম এছৰ সুবিধা।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি