শেহতীয়া খবৰ
মাজবাটত অবৈধ শিল-বালি ভৰ্তি তিনিখন ডাম্পাৰ সহ ১২ খনকৈ কাঠৰ চাইকেল জব্দ  •  অগ্নিগৰ্ভা অৰুণাচল, প্ৰতিবাদকাৰীয়ে জ্বলালে শিল্পীৰ সা-সামগ্ৰীৰ লগতে বৃহৎ সংখ্যক বাহন  •  ৰাজ্যজুৰি বিষাক্ত সুৰা সেৱন কৰি মৃত্যু হোৱা লোকৰ সংখ্যা ১০০ লৈ বৃদ্ধি...  •  বিজেপি-আৰ এছ এছে চাহ শ্ৰমিকে সুৰা সেৱন কৰাটো বিচাৰেঃ অখিল গগৈ  •  গোলাঘাটত বিষাক্ত সুৰাই প্ৰাণ ল'লে ৪৬ জনৰ, মৃত্যু হোৱা লোকৰ নাম...  •  বিধ্বংসী অগ্নিকাণ্ডত একেলগে জ্বলিল ১০০খন গাড়ী, চাওঁক VIDEO...  •  বিষাক্ত সুৰা সেৱনৰ ফলত ৰাজ্যত মৃত্যুৰ সংখ্যা ৯২ জনলৈ বৃদ্ধি  •  পুলৱামা শ্বহীদ জোৱানৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত কংগ্ৰেছ নেতাৰ আজৱ কাণ্ড, চাওক VIDEO  •  ৰাজ্যত বৃহৎ সুৰা ট্ৰেজেডি, মৃত্যু হোৱা লোকৰ সংখ্যা ৯৯ লৈ বৃদ্ধি...  •  আই এছ এছ এফ বিশ্বকাপত এয়াৰ ৰাইফলৰ মহিলা শাখাত ভাৰতীয় খেলুৱৈৰ স্বৰ্ণ জয়...

দেশৰ কেইখনমান ৰাজ্যত বন্ধ হ’ব জিঅ’ৰ সেৱা!

4,038

ডিজিটেল ডেস্কঃ দেশৰ সবাতোকৈ জনপ্ৰিয় টেলিকম প্ৰতিষ্ঠান জিঅ’। অতি কম দিনৰ ভিতৰতে আকৰ্ষণীয় অফাৰেৰে গ্ৰাহকক আকৰ্ষণ কৰিবলৈ সক্ষম হোৱা জিঅ’ৰ বৰ্তমান গ্ৰাহকৰ সংখ্যা ২৫০ মিলিয়ন। কিন্তু শেহতীয়াকৈ আহিছে এটা বেয়া খবৰ। ভাৰতবৰ্ষৰ কেইখনমান ৰাজ্যত বন্ধ হ’ব পাৰে জিঅ’ৰ সেৱা। ৰাজ্য কেইখন হৈছে মহাৰাষ্ট্ৰ, দিল্লী আৰু পশ্চিম বংগ।

প্ৰাপ্ত খবৰ অনুসৰি অনিল আম্বানীৰ ৰিলায়েন্স কমিউনিকেছনৰ সৈতে জিঅ’ৰ এক চুক্তি সম্পন্ন হ’ব। এই চুক্তিৰ জৰিয়তে জিঅ’ই ৰিলায়েন্সৰ পৰা ক্ৰয় কৰিব নেটৰ্ৱক। যদিহে সুকলমে এই চুক্তি সম্পাদন হয় তেতিয়াহে এই তিনিৰাজ্যত চলি থাকিব জিঅ’ৰ সেৱা। চুক্তি সম্পাদন নহ’লে এই ৰাজ্যকেইখনত কিছু কিছু জিলাত বন্ধ হ’ব পাৰে জিঅ’ৰ সেৱা।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি