শেহতীয়া খবৰ
ডিমা হাছাও স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচনৰ ভোটগণনা, UPDATES  •  শ্ৰীশ্ৰী শঙ্কৰদেৱ মহাবিদ্যালয়ত অনুষ্ঠিত হ'ব ৰূপালী জয়ন্তী সমাৰোহ  •  কংগ্ৰেছী বাহিনীৰ হাতত প্ৰহৃত প্ৰাক্তন সৈনিক, বিজেপিৰ প্ৰশ্ন- সাধাৰণ মানুহৰ সুৰক্ষা ক’ত  •  এইবাৰ প্ৰৱাসী ভাৰতীয়ৰ বাবে মোডীৰ তীৰ্থ যাত্ৰা যোজনা  •  সাম্প্ৰদায়িক মন্তব্য দিয়াৰ অভিযোগত হিমন্তৰ বিৰুদ্ধে এজাহাৰ  •  নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত পুৰণিগুদামত জোঁৰ সমদল  •  জম্মু-কাশ্মীৰত সেনা-আৰক্ষীৰে সংঘৰ্ষত নিহত অসমৰ যুৱক  •  নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে মত ৰাষ্ট্ৰীয় পৰ্যায়ৰ ৰাজনৈতিক নেতাৰ  •  নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে মত ৰাষ্ট্ৰীয় পৰ্যায়ৰ ৰাজনৈতিক নেতাৰ  •  ডিমা হাছাও স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচনৰ ফলাফল… UPDATES

জিঅ’ বাম্পাৰ অফাৰ, ৩৯৯ টকা ৰিচাৰ্জ কৰি লাভ কৰক ১০০০ টকা

3,513

ডিজিটেল ডেস্কঃ নৱবৰ্ষ উপলক্ষে ৰিলায়েঞ্চ জিঅ’য়ে আগবঢ়াইছে হেপী নিউ ইয়েৰ অফাৰ। প্ৰতিষ্ঠানটোৱে ৩৯৯ টকাৰ ৰিচাৰ্জত এক বিশেষ অফাৰৰ অধীনত আগবঢ়াব ১০০ শতাংশ কেচবেক। প্ৰতিষ্ঠানটোৱে ইয়াৰ অনলাইন সহযোগী প্ৰতিষ্ঠান আ জি অ’ৰ সহযোগীতাত এই অভাৰ আগবঢ়াইছে।

গ্ৰাহকসকলে ৩৯৯ টকাৰ ৰিচাৰ্জ কৰিলে আ জি অ’ কুপনৰ ৰূপত এই মূল্যৰ সম্পূৰ্ণ কেচ বেক লাভ কৰিব। আ জি অ’ৰ এই ৩৯৯ টকাৰ কেচ বেকৰ কুপন গ্ৰাহকৰ মাই জিঅ’ এপৰ মাই কুপনচ শাখাত জমা হ’ব। লাভ কৰা এই কুপনেৰে আ জি অ’ এপত বা ৱেবচাইটত গ্ৰাহকসকলে নূন্যতম ১০০০ টকাৰ সামগ্ৰী ক্ৰয় কৰিব পাৰিব।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি